বনফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{Infobox book|name=বনফুল|author=যতীন্দ্ৰ নাথ দুৱৰা|last=|first=|pub_date=১৯৫২|release_date=|publisher=|location=|pages=|series=|oclc=|wikisource=|image=|image_caption=|title_orig=|translator=|illustrator=|cover_artist=|country=[[ভাৰত]]|language=[[অসমীয়া]]|subject=|genre=কবিতাপুথি|english_pub_date=|english_release_date=|media_type=|isbn=|dewey=|congress=|preceded_by=|followed_by=}}
 
'''বনফুল''' হৈছে কবি আৰু সু-সাহিত্যিক [[যতীন্দ্ৰ নাথ দুৱৰা]]ৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত [[সাহিত্য অকাডেমি বঁটা]] প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত [[যতীন্দ্ৰ নাথ দুৱৰা]]ই '''বনফুল''' কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।<ref name="যতীন্দ্ৰ নাথ দুৱৰা">{{cite web |first=ড॰ নমিতা|last=ডেকা|title= যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’|url=http://assameseonline.com/web/?url=home/read/10 | accessdate=28 May 2020}}</ref>
 
==লেখকৰ পৰিচয়==
{{Main|যতীন্দ্ৰ নাথ দুৱৰা}}
[[যতীন্দ্ৰনাথ দুৱৰা]] (১৮৯২-১৯৬৪) এগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা [[কলিকতা]]ত [[লক্ষ্মীনাথ বেজবৰুৱা]]ৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত [[সাহিত্য অকাডেমি বঁটা]] পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত [[গুৱাহাটী]]ত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি [[ওমৰ খৈয়াম]], [[জাৰ্মান]] কবি [[হেইনৰিখ]], আদি কবি সকলৰকবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।<ref name="যতীন্দ্ৰনাথ দুৱৰা">{{cite book | title=পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ | publisher=অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ| author=ত্ৰিদিপ গোস্বামী | pages=৭৫, ৭৬, ৭৮}}</ref>
 
==বঁ‌টা==
'''বনফুল''' কবিতাপুথিখনৰ বাবে কবি [[যতীন্দ্ৰ নাথ দুৱৰা]]ই ১৯৫২ চনত [[অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল|সাহিত্য অকাডেমি বঁটা]] লাভ কৰিছিল।
 
==তথ্য সংগ্ৰহ==
 
{{Reflist}}
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল|state=collapsed}}
 
[[শ্ৰেণী:অসমীয়া গ্ৰন্থ]]
[[শ্ৰেণী:অসমীয়া কবিতাপুথি]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ]]
"https://as.wikipedia.org/wiki/বনফুল"ৰ পৰা অনা হৈছে