ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→{{anchor|Complete|Cross|DIR|DIRECTORY|Directories|Genealogical|Sales}} ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়
অ । instead of | |
|||
85 নং শাৰী:
{{policy shortcut|WP:NOPRICES|WP:NOTCATALOG|WP:NOTCV|WP:NOTDIR|WP:NOTDIRECTORY|WP:NOTTVGUIDE|WP:NOTRADIOGUIDE|WP:NOTYELLOW|WP:NOTEVERYTHING}}
ৱিকিপিডিয়া সকলো অস্বিত্ব থকা বস্তুৰে ডিৰেক্টৰি বা নিৰ্দেশিকা নহয় । <ref>এই বিধি আভ্যন্তৰীন সংগঠনৰ কামত ব্যৱহাৰ হোৱা বা উল্লেখযোগ্য বিষয় বৰ্ণনা কৰা ৱিকিপিডিয়াৰ প্ৰৱন্ধত থকা সংযোগৰ তালিকাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় </ref> । ৱিকিপিডিয়াৰ প্ৰৱন্ধ তলত দিয়াৰ দৰে নহয় :
# '''মিল নথকা বিষয়ৰ তালিকা বা ভঁৰাল''' যেনে উক্তি, বা ব্যক্তি (সঁচা বা কাল্পনিক)আদি । আপুনি উক্তিসমূহ অন্তৰ্ভুক্ত কৰিব বিচাৰিলে সেয়া আমাৰ ভগ্নী প্ৰকল্প [[ৱিকিউক্তি]]ত কৰক । তালিকাৰ ভুক্তি বিখ্যাত হ'লে বা বিষয়ৰ লগত সম্বন্ধ থাকিলে [[WP:LIST|তালিকা]] দিয়াত বাধা নাই । ক্ষিপ্ৰ প্ৰসংগৰ বাবে ৱিকিপিডিয়াত প্ৰসংগ তালিকা বা সাৰণীও অন্তৰ্ভুক্ত কৰিব পাৰি ।
# '''বংশানুক্ৰমিক ভুক্তি''' জীৱনী প্ৰৱন্ধ কেৱল বিখ্যাত, কুখ্যাত, বা কোনো সফল ব্যক্তিৰ বিষয়েহে হোৱা উচিত | ইয়াৰ বাবে তেওঁৰ নাম বহু বাহ্যিক উত্সত আছে নেকি চালেই গম পোৱা যায় | কম জনাজাত ব্যক্তিৰ বিষয়ে আন প্ৰৱন্ধৰ মাজতে উল্লেখ কৰিব পাৰি | প্ৰস্তাৱিত জীৱনী অভিধান প্ৰকল্পৰ বাবে [[m:Wikipeople]] চাওক
# '''[[টেলিফোন ডিৰেক্টৰি]] বা [[য়েল্ল' পেজেজ]] ।''' ফোন নাম্বাৰ, ফেক্স নাম্বাৰ আৰু ই-মেইল ঠিকনাৰ দৰে যোগাযোগৰ তথ্য বিশ্বকোষত থাকিব নালাগে ।
# '''[[ডিৰেক্টৰি (তথ্যকোষ)|ডিৰেক্টৰি]], ডিৰেক্টৰি ভুক্তি, [[ইলেক্ট্ৰনিক প্ৰ'গ্ৰেম নিৰ্দেশিকা]],''' বা '''ব্যৱসায়ৰ সমল''' । উদাহৰণস্বৰূপে, ৰেডিঅ' ষ্টেচনৰ ওপৰত লিখা প্ৰৱন্ধত প্ৰচাৰ হ'বলগীয়া কাৰ্যসূচী, বিজ্ঞাপন আদিৰ বিষয়ে থাকিব নালাগে, মাত্ৰ গুৰুত্বপূৰ্ণ ঘটনা বা ঐতিহাসিক কাৰ্যসূচীৰ উল্লেখ কৰিলেই হ'ল । তেনেধৰণে ব্যৱসায় সম্বন্ধীয় পৃষ্ঠাত প্ৰতিষ্ঠানটোৰ সকলো পেটেণ্টৰ তালিকা থাকিব নালাগে ।
# '''বিক্ৰী তালিকা ।''' [[ৱিকিপিডিয়া:বিশ্বাসযোগ্য উত্স |উত্সৰ উল্লেখ]] ''আৰু'' বৈধ কাৰণ নাথাকিলে সামগ্ৰীৰ দাম লিখিব নালাগে । আন সামগ্ৰীৰ লগত বা বিভিন্ন বিক্ৰেতাৰ মাজত দামৰ পাৰ্থক্য চাবলৈ ৱিকিপিডিয়া কোনো [[মূল্য তুলনা সেৱা]] নহয় ।
# '''সালসলনি সূচী বা মুক্তি টোকা''' । কোনো সামগ্ৰীৰ বিষয়ে এটা প্ৰৱন্ধত ইয়াৰ বিকাশৰ ইতিহাস আৰু প্ৰধান উন্নীতকৰণৰ তথ্য থাকিব লাগে । কিন্তু প্ৰতিটো মুক্তি বা নৱীকৰণৰ উল্লেখ এৰাই চলক ।
# {{anchor|Non-encyclopedic cross-categorizations}}'''অনা-বিশ্বকোষীয় শ্ৰেণীকৰণ,''' যেনে "X প্ৰতিষ্ঠানে মৰকল কৰা Y ধৰ্মীয়/সাংস্কৃতিক গোটৰ মানুহ" । সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ পৰিঘটনা নোহোৱালৈকে এনে ধৰণৰ প্ৰস্থ-শ্ৰেণীক নতুন প্ৰৱন্ধ সৃষ্টিৰ বাবে উল্লেখযোগ্য বুলি গণ্য কৰা নহয় । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:অতি-শ্ৰেণীকৰণ]] চাওক ।
# '''সকলো সম্ভাব্য তথ্যৰ বিশদ বিৱৰণ ।''' প্ৰৱন্ধ এটা ইয়াৰ বিষয়বস্তুৰ ওপৰত গ্ৰহণীয় জ্ঞানৰ সাৰাংশ হোৱা উচিত <ref> [[Wikipedia:Requests for arbitration/Rex071404]] চাওক</ref>।
==={{anchor|GUIDE|HOWTO|INTERNET|JARGON|NOTCASE|NOTHOWTO|NOT#JARGON|notjarg|NOTMANUAL}} ৱিকিপিডিয়া কোনো হাতপুথি, প্ৰসংগপুথি, পাঠ্যপুথি বা বৈজ্ঞানিক গৱেষণাপত্ৰ নহয়===
|