ওৰাং ৰাষ্ট্ৰীয় উদ্যান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
36 নং শাৰী:
 
==ইতিহাস==
প্ৰায় ১৯০০ চনলৈকে ই স্থানীয় জনজাতীয় লোকেৰে অধ্যুষিত আছিল। মহামাৰী ৰোগৰ কবলত পৰি স্থানীয় জনজাতীয় লোক সকলে এই ঠাই পৰিত্যাগ কৰিলে। ১৯১৫ চনৰ ৩১ মে’ তাৰিখে ব্ৰিটিছ সকলে ২২৭৬/R নং চৰকাৰী বিজ্ঞপ্তি যোগে এলেকাটোক ওৰাং গেম (Game) অভয়াৰণ্য হিচাপে ঘোষোণা কৰে। ১৯৮৫ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ইয়াক FRS 133/85/5 নং চৰকাৰী বিজ্ঞপ্তি যোগে [[অভয়াৰণ্য]]ৰূপে প্ৰতিষ্ঠা কৰা হয়। কিন্তু, ১৯৯২ চনত ইয়াক ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাবেহিচাপে নামকৰণ কৰা হয়। অৱশেষত, ১৯৯৯ চনৰ ৮ এপ্ৰিল তাৰিখে FRW/28/90/154 নং চৰকাৰী বিজ্ঞপ্তি যোগে [[ৰাষ্ট্ৰীয় উদ্যান]] হিচাপে ঘোষণা কৰা হয়। <ref name=Indian>{{Cite web|url=http://indianjungles.com/290805f.htm|title=Flap over renaming Orang|accessdate=2009-11-09|publisher=Indian jungles.com|date=2005-08-22}}</ref>
 
==ভৌগোলিক বিৱৰণ==
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৭৮.৮১ বৰ্গ কি.মি. (৩০.৪৩ বৰ্গ মাইল)। ই [[ব্ৰহ্মপুত্ৰ]] নদীৰ উত্তৰপাৰে দৰং আৰু শোণিতপূৰ জিলাত {{Coord|26.483|N|92.266|E}} আৰু {{Coord|26.666|N|92.45|E}} মাজত ভৌগোলিকভাৱে অৱস্থিত। উদ্যানখনৰ সীমাত পাচনৈ (মধ্য), বেলশিৰি নৈ(পূৱ) আৰু [[ধনশিৰি]]নৈ (পশ্চিম) অৱস্থিত। এই নৈবোৰ উদ্যানখনৰ দক্ষিণে অৱস্থিত [[ব্ৰহ্মপুত্ৰ]] নদীত মিলিত হৈছে। বাৰিষা কালত উদ্যানখনৰ বেছিভাগ অঞ্চল প্লাৱিত হৈ পৰে। ইয়াত ১২টা জলাশয় আৰু ২৬টা মানৱ নিৰ্মিত পুখুৰী আছে।<ref name =Ahmed/>
সেইবাবে উদ্যানখন [[ইন্দো-মালয়]] [[জৈৱবৈচিত্ৰ]] [[হটস্পট]]ৰ অন্তৰ্গত [[পাললিক]] [[প্লাৱনভূমি]] ৰ এক অবিচ্ছেদ্য অংগ। উদ্যানখনৰ মুঠ এলেকাটো [[ইষ্টাৰ্ণ হিমালয়া]]ন আৰ্দ্ৰ [[পৰ্ণপাতী অৰণ্য]]- ১৫.৮৫ বৰ্গ কি.মি., ইষ্টাৰ্ণ [[ঋতু]] [[জলাশয়]] [[অৰণ্য]] - ৩.২৮ বৰ্গ কি.মি., ইষ্টাৰ্ণ আৰ্দ্ৰ [[পাললিক]] [[তৃণভূমি]]- ৮.৩৩ বৰ্গ কি.মি., [[চাভানাহ]] [[তৃণভূমি]] - ১৮.১৭ বৰ্গ কি.মি., নিকৃষ্ট [[তৃণভূমি]] - ১০.৩৬ বৰ্গ কি.মি., [[জলাশয়]] -৬‍‍.১৩বৰ্গ কি.মি., আৰ্দ্ৰ বালিচৰ (Sandy area)- ২.৬৬ বৰ্গ কি.মি. আৰু শুষ্ক বালিচৰ - ৪.০২ বৰ্গ কি.মি. আদি শ্ৰেণীত বিভক্ত। ই উত্তৰৰ পৰা দক্ষিণলৈ মৃদু ঢালযুক্ত সমভূমি। এলেকাটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৪৫ মিটাৰ ৰ পৰা ৭০ মিটাৰ লৈ উচ্চ। ইয়াৰ দক্ষিণে [[ব্ৰহ্মপুত্ৰ]]ৰ অসংখ্য সুঁতি আৰু [[চৰ]] এলেকা আছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল এলেকাটো দুইভাগে বিভক্ত: উত্তৰৰ প্ৰায় ৫০% এলেকা উচ্চভূমিৰ সমতল আৰু দক্ষিণৰ প্ৰায় ৫০% এলেকা [[ব্ৰহ্মপুত্ৰ]] [[বানপানী]] আৰু [[গৰাখহনীয়া]]ৰ দ্বাৰা সৃষ্টি হোৱা [[পাললিক]] [[প্লাৱনভূমি]]। গোটেই উদ্যানখনৰ চাৰিওকাষে থকা জনবসতি পূৰ্ণ গাঁওবোৰৰ বাবে ইয়াৰ নৃতাত্ত্বিক চাপ যথেষ্ট বেছি।<ref name=Orang/><ref name=northeast/><ref name =Ahmed/><ref name =Nandan Nath/>
 
==বতৰ==
122 নং শাৰী:
[[File:RhinoHuntBabur.jpg|thumb|right|চিকাৰ, এক প্ৰাচীন খেল - আলেখ্য, [[বাবৰনামা]] ৰ [[এশিঙীয়া গঁড়]] চিকাৰৰ আলেখ্য]]
 
১৯৯১ চনৰ পিছৰ পৰা ৰাজনৈতিক বিদ্ৰোহ তথা উদ্যানৰ চাৰিওকাষে অবৈধ ভূমি বেদখলৰ বাবে উদ্যান তথা ইয়াৰ বন্যপ্ৰাণীৰ বাবে গুৰুতৰ সংকট কঢ়িয়াই আনিছে। অপৰ্যাপ্ত জনবল, চোৰাংচিকাৰ, তহল আৰু নিৰাপত্তা অভাৱ, বহল নদী, অপৰ্যাপ্ত অবকাঠামো সুবিধা তথা ৰাইজৰ মাজত সংৰক্ষণ সম্পৰ্কে ন্যূনতম সচেতনতা আদিও মূল সংকট হিচাবেহিচাপে চিহ্নিত হৈছে। বন্য প্ৰাণীৰ চোৰাংচিকাৰ, বিশেষকৈ এশি‌ঙিয়াএশিঙীয়া গঁড়ৰ বাবে ই যথেষ্ট গুৰুতৰ। চোৰংচিকাৰৰ বাবে ১৯৯১ চনত [[এশিঙীয়া গঁড়]] ৯৭ টাৰ পৰা ৪৮ লৈ কমি যায়। চোৰাংচিকাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ বাবে ২০০৬-০৭ ইয়াৰ সংখ্যা কিছু বাঢ়ি ৬৮টা হয় যদিও চোৰাংচিকাৰ আৰু গঁড়হত্যা অব্যাহত থাকে। গঁড়হত্যা ৰোধৰ বাবে বন বিভাগ অসমৰ কৰ্মকৰ্তা আৰু দৰং, শোণিতপূৰ আৰু মৰিগাঁও জিলাৰ কৰ্মকৰ্তাসহ এটি "সমন্বয় কমিটি" গঠন কৰা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সংৰক্ষণ আৰু উন্নয়নৰ সহায়তা কৰাৰ বাবে নীতি ও কৰ্মসূচী বিকশিত কৰিবলৈ [[World Association of Zoos and Aquariums (WAZA)]]ৰ দ্বাৰা এটি উদ্যোগ লোৱা হৈছিল। [[Zoo Basel]] ([[Switzerland]]) ৰ সহযোগত [[WWF-India]], অসম চৰকাৰ আৰু [[International Rhino Foundation]] (IRF) এ [[Indian Rhino Vision (IRV)2020]] কৰ্মসূচী চলি আছে। [3] [9] [10] [11] [[WWF-India]] আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা এই [[Indian Rhino Vision (IRV)2020]] কৰ্মসূচীৰ অধীনত ভাৰতত ২০২০ চনৰ ভিতৰত [[এশি‌ঙিয়া গঁড়]]ৰ সংখ্যা ৩০০০ লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। [9]<ref name=rhino/><ref name=Oran>{{Cite web|url= http://www.rhinos-irf.org/en/art/749/|title= Poachers posing threat to Orang National Park|accessdate=2009-11-09|publisher=International Rhino Foundation|date=2009-09-13}}</ref><ref name=icri>{{Cite web|url=http://ne.icrindia.org/2009/04/08/rhinos-make-healthy-comeback-at-orang-national-park/|title= Rhinos make healthy comeback at Orang National Park|accessdate=2009-11-09|publisher=Northeast Watch}} {{Dead link|date=November 2010|bot=H3llBot}}</ref><ref name=conserve>{{Cite web|url=http://www.waza.org/about/index.php?main=about&view=aboutThe World Association of Zoos and Aquariums|title=Conservation of rhinos in Assam and India (Rhinoceros unicornis)|work=IRV 2020 – protection of Indian Rhinos in Orang National Park on a long-term base, India|accessdate=2009-11-09|publisher=The World Association of Zoos and Aquariums (WAZA)}}</ref><ref name=Oran/>
 
[[ঢেঁকীয়াপটীয়াঢেঁকীয়াপতীয়া বাঘ]]ৰ সংকটৰ বাবে [[World Association of Zoos and Aquariums (WAZA)]] আৰু [[Bush Gardens]] এ মিলিত হৈ [[Species Survival Plan (SSP)] নামৰ এটি প্ৰকল্প চালিত হয়। এই প্ৰকল্পৰ অধীনত মূলত [[ঢেঁকীয়াপতীয়া বাঘ]]ৰবাঘৰ [[আনুবংশিক প্ৰকাৰ]] উন্নত কৰাৰ কৰ্মসূচী হাতত লোৱা হয়। তদুপৰি স্থানীয় গৱেষকৰ দ্বাৰা নিৰীক্ষণ, ৰাইজৰ অংশগ্ৰহণ আদিৰ দ্বাৰা [[ঢেঁকীয়াপটীয়াঢেঁকীয়াপতীয়া বাঘ]]ৰবাঘৰ সংৰক্ষণৰ কৰ্মসূচী হাতত লোৱা হৈছে। [12]<ref name=Tiger>{{Cite web|url=http://www.seaworld.org/animal-info/info-books/tiger/conservation.htm|title=Animals:Tigers|work= Ecological Monitoring of Wild Tigers in Orang National Park, Assam, India |accessdate=2009-11-08|publisher=Seaworld.org}}</ref>
 
==পৰ্যটকৰ বাবে==