নিউজিলেণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
110 নং শাৰী:
 
==কৃষি==
নিউজিলেণ্ডৰ প্ৰধান কৃষিজাত দ্ৰব্য হৈছে ঘেঁহু। ই প্ৰধানকৈ বৃহত্তৰ কেণ্টাৰবাৰী অঞ্চলৰ সমভূমিত কথাকৰা হয়। এই অঞ্চলৰ আন শস্যসমূহ হ'ল ওট আৰু বাৰ্লি। দক্ষিণ দ্বীপত ওটৰ খেতি কৰা হয়। উত্তৰ দ্বীপৰ অকলেণ্ডত মাকৈৰ খেতি ভাল হয়। নিউজিলেণ্ডৰ প্ৰতিটো দ্বীপতেই আঙুৰ, আপেল, নাচপতি, নেমু, সুমথিৰা আদি ফলৰ বাগান দেখিবলৈ পোৱা যায়। উত্তৰ দ্বীপৰ অকলেণ্ডত এইবোৰৰ বাগান বেছিকৈ আছে। আনহাতে দক্ষিণ দ্বীপৰ ফল-মূলৰ বাগানবোৰত আপেল, বেৰী, নাচপতি, এপ্ৰিকট্, চেৰি আদি ফলৰ খেতি কৰা হয়। <ref>{{Cite book|last=ভূ-দৰ্শন |first= |authorlink= |coauthors=দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা|title= নিউজিলেণ্ড |year= ২০০২|publisher=কামাখ্যা বুক ষ্টল |location= গুৱাহাটী|isbn= }}</ref>
 
==তথ্য সংগ্ৰহ==