ডিয়েগ' মাৰাড'না: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশৰে পৃষ্ঠা মাৰাড'নাৰ পৰা ডিয়েগ' মাৰাড'না Gitartha.bordoloiলৈ স্থানান্তৰ কৰা হ’ল: সম্পূৰ্ণ নাম
যোগ
75 নং শাৰী:
মাৰাড'নাক খেলজগতৰ এজন অন্যতম বিতৰ্কিত আৰু বাতৰিৰ শিৰোনামা দখল কৰা ব্যক্তিৰূপে গণ্য কৰা হয়। ইটালীত ১৯৯১ চনত ক'কেইন সেৱন কৰি এটা ড্ৰাগ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বাবে তেওঁক ১৫ মাহৰ বাবে ফুটবলৰ পৰা নিৰ্বাসন দিয়া হৈছিল। পুনৰ ১৯৯৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বকাপত প্ৰস্বাৱৰ নমুনাত এফ্ৰেড্ৰিন পোৱা বাবে তেওঁক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হয়। ২০০৫ চনত তেওঁ ভালেখিনি ওজন হ্ৰাস কৰে আৰু ক'কেইন আসক্তিৰ পৰা মুক্তি লাভ কৰে। তেওঁৰ বহুবল্কী স্বভাৱৰ বাবে মাজে সময়ে সাংবাদিক আৰু ক্ৰীড়া বিষয়াসকলৰ লগত সম্পৰ্ক বেয়া হৈছিল। পূৰ্ব অভিজ্ঞতা নথকা সত্বেও তেওঁক ২০০৮ চনৰ নৱেম্বৰত আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰৰূপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনৰ বিশ্বকাপৰ পিছত চুক্তিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁ সেই পদত থাকে।
 
মাৰাড'নাই ২০১১-১২ চিজনত UAE প্ৰ' লীগত [[ডুবাই]] ভিত্তিক ক্লাব আল ৱাচল্‌ক প্ৰশিক্ষণ দিয়ে। ২০১৩ চনৰ আগষ্টত মাৰাড'নাই আৰ্জেণ্টিনাৰ পঞ্চম শ্ৰেণীৰ ক্লাব ডিপ'ৰ্টিভ' ৰিষ্ট্ৰাত "spiritual coach" হিচাপে যোগদান কৰে<ref>[http://www.telam.com.ar/notas/201308/29256-diego-maradona-debuta-hoy-como-asesor-espiritual-de-deportivo-riestra.html "Diego Maradona debuta hoy como asesor espiritual de Deportivo Riestra", Télam, 19 August 2013]</ref> আৰু ১৯ আগষ্টত ছেন মিগুৱেলৰ বিপক্ষে খেলখনত তেওঁ এই নতুন পদৰ আৰম্ভণি কৰে।<ref>[http://www.buenosairesherald.com/article/138778/maradona-celebrates-first-victory-as-riestra-spiritual-coach "Maradona celebrates first victory as Riestra 'spiritual coach'", ''The Buenos Aires Herald'', August 19, 2013]</ref><ref>[http://www.clarin.com/deportes/Maradona-Riestra_0_977302612.html "Maradona motivó y Riestra ganó", ''Clarín'', 19 August 2013]</ref> ২০১৭ চনত মাৰাড'নাই আল-ফুজাইৰা ক্লাবৰ প্ৰশিক্ষক হিচাপে যোগ দিয়ে আৰু চিজনত শেষত সেই পদ ত্যাগ কৰে।<ref name="2017 coach">{{cite news |title=Diego Maradona leaves job in UAE after failing to secure automatic promotion |url=http://www.skysports.com/football/news/11095/11349642/diego-maradona-leaves-job-in-uae-after-failing-to-secure-automatic-promotion |agency=Sky Sports |date=6 May 2018}}</ref> ২০১৮ চনৰ মে' মাহত মাৰড'নাক ৱেলাৰুছৰ ক্লাব ডায়নাম' ব্ৰেস্তৰ অধ্যক্ষ হিচাপে মৰকল কৰা হয়।<ref name="Brest">[https://en.dynamo-brest.by/item/1082-da-diego-s-nami “Yes, Diego is with us!”]. Dynamo Brest. Retrieved 23 July 2018</ref> ২০১৮ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১৯ চনৰ জুনলৈকে মাৰাড'নাই মেক্সিকান ক্লাব ড'লাৰেছক প্ৰশিক্ষণ দিয়ে।<ref name="Mexican team">{{cite news |title=Diego Maradona's 'rebirth' at coaching job at Mexican side Dorados |url=https://www.bbc.co.uk/news/world-latin-america-45482066 |accessdate=10 September 2018 |agency=BBC}}</ref>
 
==তথ্যসূত্ৰ==