ৱিকিপিডিয়া:পাঁচটা স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
3 নং শাৰী:
 
{| style="background:none"
|[[Image:BluePillar.svg|47px|alt=Blue pillar (1: Encyclopedia)]] || {{anchor|1|Blue|Encyclopedia}}'''[[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ]]। ''' ইয়াত সাধাৰণ আৰু বিশেষ [[বিশ্বকোষ]], [[পঞ্জিকা]] আৰু [[পত্ৰিকা]]ৰ তথ্য সন্নিৱিষ্ট হৈছে। ৱিকিপিডিয়া কোনো [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়|প্ৰচাৰযন্ত্ৰ]] নহয়, [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|বিজ্ঞাপনৰ মঞ্চ]] নহয়, [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|আত্মগৌৰৱৰ ছপাখানা]] নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো নৈৰাজ্য নহয়|নৈৰাজ্য]] বা [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো গণতন্ত্ৰ নহয়|গণতন্ত্ৰ]]ৰ পৰীক্ষা-নিৰীক্ষা নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ নহয়|বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ]] নহয়, বা ৱেব [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়|ডিৰেক্টৰি]] নহয়। ই এখন [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া এখন অভিধান নহয়|অভিধান]] নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো বাতৰিকাকত নহয়|বাতৰিকাকত]] বা [[ৱিকিপিডিয়া:মূল উৎস নথিৰ নকল সন্নিৱিষ্ট নকৰিব|উৎস নথি]] নহয়; তেনে ধৰণৰ বিষয়বস্তু ইয়াৰ পৰিৱৰ্তে [http://wikimediafoundation.org/wiki/Our_projects ৱিকিমিডিয়া ভগ্নী প্ৰকল্প]লৈ বৰঙণিবৰঙনি হিচাপে আগবঢ়োৱা উচিত।
|-
| 
|-
|[[Image:GreenPillar.svg|47px|alt=Green pillar (2: NPOV)]] || {{anchor|2|Green|NPOV}}'''[[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|ৱিকিপিডিয়া নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা হয়]]। ''' আমি ভাৰসাম্য ৰক্ষা কৰি নিৰপেক্ষ দৃষ্টিভংগীৰে তথ্য সন্নিৱিষ্ট কৰা আৰু প্ৰধান [[wikt:point of view|দৃষ্টিকোণ]] বৰ্ণনা কৰা প্ৰবন্ধৰ বাবে অহৰহ যত্ন কৰোঁ। আমি কাৰোবাৰ পোষকতা কৰাটো এৰাই চলোঁ আৰু কোনো বিষয় লৈ তৰ্ক কৰাৰ সলনি তাক সুন্দৰকৈ ডাঙি ধৰোঁ। কোনো ক্ষেত্ৰত মাত্ৰ এটাই সুপৰিচিত দৃষ্টিকোণ থাকিব পাৰে; আন কোনো ক্ষেত্ৰত কেইবাটাও দৃষ্টিকোণ থাকিব পাৰে। তেতিয়া আমি কোনোটোকে "সঁচা" বা "শ্ৰেষ্ঠ দৃষ্টিকোণ" বুলি নকৈ আটাইকেইটাকে সঠিকভাৱে, প্ৰসংগ দৰ্শাই বৰ্ণনা কৰোঁ। সকলো [[বিশ্বকোষৰ প্ৰবন্ধ|প্ৰবন্ধ]]ই [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য সঠিকতা]]ৰ বাবে চেষ্টা কৰিব লাগিব: প্ৰসংগৰ উল্লেখ নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যসূত্ৰ উল্লেখ কৰক]]। সম্পাদকৰ [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা, ভাব বা মতামত]] ইয়াত থাকিব নালাগে। তাৰ অৰ্থ হ’ল [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য]], [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|কৰ্তৃত্বশীল উৎস]]ৰ উল্লেখ কৰা, বিশেষকৈ যেতিয়া বিষয়টো বিতৰ্কিত বা [[ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী|জীৱিত ব্যক্তি]]ৰ ওপৰত লিখা হয়।
|-
| 
|-
|[[Image:YellowPillar.svg|47px|alt=Yellow pillar (3: Free)]] || {{anchor|3|Yellow|Free}}'''[[ৱিকিপিডিয়া:স্বত্বাধিকাৰ#পুনৰ্ব্যৱহাৰকাৰীৰ অধিকাৰ আৰু কৰ্তব্যসমূহ|ৱিকিপিডিয়া এটা মুক্ত সমল]]''' যাক সকলোৱে [[meta:Founding principles|সম্পাদনা]], ব্যৱহাৰ, বিস্তাৰ, আৰু বিতৰণ কৰিব পাৰে। [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ উলঙ্ঘা|স্বত্বাধিকাৰ]]ক সন্মান কৰক আৰু [[ৱিকিপিডিয়া:কুম্ভীলক বৃত্তি|কুম্ভীলক বৃত্তি]] অৱলম্বন নকৰিব। [[ৱিকিপিডিয়া:অনা-মুক্ত সমল|অনা-মুক্ত সমল]] [[ন্যায়পূৰ্ণ ব্যৱহাৰ]]ৰ বাবে অনুমোদিত, কিন্তু আপুনি ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰিব বিচৰা আন মুকলি বিকল্পৰ সন্ধান কৰিবলৈ চেষ্টা কৰক। যিহেতু আপোনাৰ সকলো বৰঙণিবৰঙনি [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ#ব্যৱহাৰকাৰীৰ অধিকাৰ আৰু কৰ্তব্যসমূহ|ৰাইজৰ বাবে মুকলি]], কোনো সম্পাদকৰে [[ৱিকিপিডিয়া:প্ৰবন্ধৰ অধিকাৰিতা|প্ৰবন্ধৰ ওপৰত অধিকাৰতা]] নাই; আপোনাৰ সকলো বৰঙণিবৰঙনি নিৰ্দয়ভাৱে সম্পাদনা আৰু পুনৰ্বিতৰণ কৰা হ’ব পাৰে।
|-
| 
|-
|[[Image:OrangePillar.svg|47px|alt=Orange pillar (4: Code of conduct and etiquette)]] || {{anchor|4|Orange|Code of conduct|Etiquette}}'''[[ৱিকিপিডিয়া:শিষ্টাচাৰ|সম্পাদকসকলে ইজনে সিজনৰ লগত ভদ্ৰতাৰে কথা-বতৰা পাতিব লাগে]]। ''' কোনো বিষয়ত মতবিৰোধ থাকিলেও আপোনাৰ সহযোগী [[ৱিকিপিডিয়ান]]সকলক সন্মান কৰক। [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] মানি চলক আৰু [[ৱিকিপিডিয়া:ব্যক্তিগত আক্ৰমণ নকৰিব|ব্যক্তিগত আক্ৰমণ]] এৰাই চলক। [[ৱিকিপিডিয়া:ঐকমত্য|ঐকমত্য]] বিচাৰি চাওক, [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দদ্বন্দ্ব|সম্পাদনা দ্বন্দদ্বন্দ্ব]] পৰিহাৰ কৰক, আৰু মনত ৰাখক যে অসমীয়া ৱিকিপিডিয়াত ঠিক কৰিবলৈ আৰু আলোচনা কৰিবলৈ {{NUMBEROFARTICLES}} টা প্ৰবন্ধ আছে ।আছে। ভাল বিশ্বাস ৰাখি কাম কৰক, [[ৱিকিপিডিয়া:এটা বক্তব্য স্পষ্ট কৰিবলৈ ৱিকিপিডিয়া বিশৃংখল নকৰিব|এটা বক্তব্য স্পষ্ট কৰিবলৈ কেতিয়াও ৱিকিপিডিয়া বিশৃংখল নকৰিব]], আৰু আনৰ প্ৰতিও [[ৱিকিপিডিয়া:ভাল ভাৱ ৰাখক|ভাল ভাৱ ৰাখক]] । খোলাখুলিকৈ ভাব প্ৰকাশ কৰক আৰু [[ৱিকিপিডিয়া:অনুগ্ৰহ কৰি নতুন সদস্যক বেয়া ব্যৱহাৰ নকৰিব|সকলোকে আদৰণি জনাওক]]। মতবিৰোধ হ’লে প্ৰথমে [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা পৃষ্ঠা]]ত বিষয়টো বৰ্ণনা কৰক আৰু [[ৱিকিপিডিয়া:মতবিৰোধ সমাধান|মতবিৰোধ সমাধান]]ৰ নীতি মানি চলক।
|-
| 
|-
|[[Image:RedPillar.svg|47px|alt=Red pillar (5: Ignore all rules)]] || {{anchor|5|Red|IAR}}'''[[ৱিকিপিডিয়া:সকলো বিধি উপেক্ষা কৰক|ৱিকিপিডিয়াত কোনো ধৰা-বন্ধা নিয়ম নাই]]। ''' ৱিকিপিডিয়াৰ নিয়মসমূহ শিলত কটা হোৱা নাই, আৰু ইয়াৰ শব্দ আৰু ভাৱাৰ্থ সময়ৰ সৈতে সলনি হ’ব পাৰে। ৱিকিপিডিয়াৰ নিয়মাৱলীৰ আদৰ্শ আৰু উদ্যম সেইবোৰৰ আভিধানিক অৰ্থতকৈ অধিক প্ৰয়োজনীয়, আৰু কেতিয়াবা ৱিকিপিডিয়াৰ উন্নতি সাধনৰ বাবে নিয়মৰ হেৰফেৰো হ’ব পাৰে। প্ৰবন্ধত নতুন কথা অন্তৰ্ভুক্ত কৰিবলৈ [[ৱিকিপিডিয়া:সাহসী হওক|সাহসী হওক]] (কিন্তু [[ৱিকিপিডিয়া:অসাৱধানতা|অসাৱধান]] নহয়) আৰু ভুলৰ বাবে চিন্তা নকৰিব। আপোনাৰ প্ৰচেষ্টা [[ৱিকিপিডিয়া:সম্পাদনা নীতি|নিখুঁত নহ’বও পাৰে]]; [[সহায়:পৃষ্ঠা ইতিহাস|পূৰ্বৰ সংস্কৰণ সঞ্চিত হৈ থাকে]] বাবে কোনো ক্ষতি অপূৰণীয় নহয়।
|}