কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎কোষ মতবাদ: + according to cell theory
Adding history
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
'''কোষ''' ({{lang-en|cell}} লেটিন শব্দ cella ৰ পৰা উদ্ধৃত যাৰ অৰ্থ হৈছে ''সৰু কোঠা'' ) জীৱনৰ গঠণাত্মক (structural) আৰু কাৰ্যকৰী (functional) মূল একক। আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত। এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত। জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])। আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])। [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক। ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে। পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে। <ref name="গ্ৰন্থ ১" />
[[Image:celltypes.svg|thumb|350px|right|সংকোষকেন্দ্ৰীয় জীৱ (বাঁওফালে) আৰু প্ৰকোষকেন্দ্ৰীয় জীৱৰ (সোঁফালে) কোষ]]
== ইতিহাস ==
 
ভিন্ন সময়ত ভিন্ন বিজ্ঞানীৰ দ্বাৰা কোষ সম্বন্ধে অধ্যয়ন কৰি আহিছিল। ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে।
=== ৰবাৰ্ট হুক ===
১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে। <ref name="গ্ৰন্থ ১" />
==কোষ মতবাদ==
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]