কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা কোষ (জীৱবিদ্যা)ৰ পৰা কোষ (জীৱবিজ্ঞান)লৈ KhiLanTziয়ে স্থানান্তৰ কৰিলে: জীৱবিজ্ঞান শব্দটোটো আনুষ্ঠানিক , শৈক্ষিক সমাজত বহুল ভাৱে ব্যৱহৃত
Basic data
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
'''কোষ''' ({{lang-en|cell}} লেটিন শব্দ cella ৰ পৰা উদ্ধৃত যাৰ অৰ্থ হৈছে ''সৰু কোঠা'' ) জীৱনৰ গঠণাত্মক (structural) আৰু কাৰ্যকৰী (functional) মূল একক। আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত। এইকোষবোৰ কোষবিলাককোষাবৰণে বিভিন্নআবৃত্ত আকাৰ-আকৃতিৰকিছু হয়cytoplasmৰে গঠিত যত বহুতো biomolecules যেনে প্ৰটিন আৰু বিভিন্ননিউক্লিক এচিড থাকে। অধিকাংশ উদ্ভিদ আৰু প্ৰাণী কোষ ৰশ্মি অণুবীক্ষণৰ দ্বাৰা সজীৱ-নিৰ্জীৱচাব বস্তুৰেপৰা গঠিত।যায়। জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])। আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])। [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক।
[[Image:celltypes.svg|thumb|350px|right|সংকোষকেন্দ্ৰীয় জীৱ (বাঁওফালে) আৰু প্ৰকোষকেন্দ্ৰীয় জীৱৰ (সোঁফালে) কোষ]]
== ইতিহাস ==