ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) অNo edit summary |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
31 নং শাৰী:
==প্ৰেক্ষাপট==
ঊনৈশ শতিকাৰ শেহৰ পিনে যি অৰ্থনৈতিক সংকট আৰু অশান্ত অৱস্থাই বিৰাজ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সমবায় আন্দোলনে গা কৰি উঠিছিল। শিল্পবিপ্লৱে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জীৱিকাৰ উপায় কুটীৰশিল্প আৰু কষিখণ্ডত মোক্ষম আঘাত হানিছিল।<ref name="eco">{{Cite web |title=Co-operative Movement in India |url=http://www.economicsdiscussion.net/india/cooperative-movement/co-operative-movement-in-india/21216 |accessdate=10-10-2019}}</ref> জমিদাৰীতন্ত্ৰয়ো খেতিয়কক এনেকৈ শোষণ কৰিছিল যে তেওঁলোকে মাটিৰ খাজানাখিনিও গোটাবলৈ সক্ষম নহৈছিল। ১৯০৪ চনত বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে কো-অপাৰেটিভ ক্ৰেডিট চোচাইটিজ এক্ট গৃহীত কৰে। ইয়াৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ ১৯১২ চনত আকৌ এখন নতুন সমবায় আইন গৃহীত কৰা হয়।<ref name="history">{{Cite web |title=History of Cooperative Movement in India |url=http://www.yourarticlelibrary.com/essay/history-of-cooperative-movement-in-india/32000 |accessdate=10-10-2019}}</ref> সমবায় আন্দোলনটোৱে
==কাহিনী==
|