জয়প্ৰকাশ নাৰায়ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Monmouri gohain (আলোচনা)-ই কৰা 251484 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
29 নং শাৰী:
জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ [[আমেৰিকা]]লৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা [[ইস্পাত কাৰখানা]]ত, কেতিয়াবা [[ৰেষ্টুৰাঁ]] আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।<ref name="জয়প্ৰকাশ নাৰায়ণ"/>
 
==সংগ্ৰামী জীৱন==
==<ref name="জয়প্ৰকাশ নাৰায়ণ" />সংগ্ৰামী জী<ref name="জয়প্ৰকাশ নাৰায়ণ" />ৱন==
{{ৰেফলিষ্ট}}
{{ভাৰত ৰত্ন}}