ৱিকিপিডিয়া:পাঁচটা স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.5) (ৰবট যোগ দিছে :de:Wikipedia:Grundprinzipien, fi:Wikipedia:Viisi pilaria
No edit summary
4 নং শাৰী:
 
{| style="background:none"
|[[Image:BluePillar.svg|47px|alt=Blue pillar (1: Encyclopedia)]] || {{anchor|1|Blue|Encyclopedia}}'''[[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ]] |''' ইয়াত সাধাৰণ আৰু বিশেষ [[বিশ্বকোষ]], [[পঞ্জিকা]] আৰু [[পত্ৰিকা]]ৰ তথ্য সন্নিৱিষ্ট হৈছে | ৱিকিপিডিয়া কোনো [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়|প্ৰচাৰযন্ত্ৰ]] নহয়, [[WP:ADS|বিজ্ঞাপনৰ মঞ্চ]] নহয়, [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা|আত্মগৌৰৱৰ ছপাখানা]] নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো নৈৰাজ্য নহয়|নৈৰাজ্য]] বা [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো গণতন্ত্ৰ নহয়|গণতন্ত্ৰ]]ৰ পৰীক্ষা-নিৰীক্ষা নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ নহয়|বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ]] নহয়, বা ৱেব [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়|ডিৰেক্টৰি]] নহয় | ই এখন [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া এখন অভিধান নহয়|অভিধান]] নহয়, [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি#ৱিকিপিডিয়া কোনো বাতৰিকাকত নহয়|বাতৰিকাকত]] বা [[ৱিকিপিডিয়া:মূল উৎস নথিৰ নকল সন্নিৱিষ্ট নকৰিব|উৎস নথি]] নহয়; তেনে ধৰণৰ বিষয়বস্তু ইয়াৰ পৰিৱৰ্তে [http://wikimediafoundation.org/wiki/Our_projects ৱিকিমিডিয়া ভগ্নী প্ৰকল্প]লৈ বৰঙণি হিছাপে প্ৰদান কৰা উচিত |
|-
| 
|-
|[[Image:GreenPillar.svg|47px|alt=Green pillar (2: NPOV)]] || {{anchor|2|Green|NPOV}}'''[[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|ৱিকিপিডিয়া নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা হয়]] |''' আমি ভাৰসাম্য ৰক্ষা কৰি নিৰপেক্ষ দৃষ্টিভংগীৰে তথ্য সন্নিৱিষ্ট কৰা আৰু প্ৰধান [[wikt:point of view|দৃষ্টিকোণ]] বৰ্ণনা কৰা প্ৰৱন্ধৰ বাবে অহৰহ যত্ন কৰোঁ | আমি কাৰোবাৰ পোষকতা কৰাটো এৰাই চলোঁ আৰু কোনো বিষয় লৈ তৰ্ক কৰাৰ সলনি তাক ডাঙি ধৰোঁ | কোনো ক্ষেত্ৰত মাত্ৰ এটাই সুপৰিচিত দৃষ্টিকোণ থাকিব পাৰে; আন কোনো ক্ষেত্ৰত কেইবাটাও দৃষ্টিকোণ থাকিব পাৰে | তেতিয়া আমি কোনোটোকে "সঁচা" বা "শ্ৰেষ্ঠ দৃষ্টিকোণ" বুলি নকৈ আটাইকেইটাকে সঠিকভাৱে, প্ৰসংগ দৰ্শাই বৰ্ণনা কৰোঁ | সকলো [[বিশ্বকোষৰ প্ৰৱন্ধ|প্ৰৱন্ধ]]ই [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য সঠিকতা]]ৰ বাবে চেষ্টা কৰিব লাগিব: প্ৰসংগৰ উল্লেখ নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যসূত্ৰ উল্লেখ কৰক]] | সম্পাদকৰ [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা, ভাৱ বা মতামত]] ইয়াত থাকিব নালাগে | তাৰ অৰ্থ হ’ল [[ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা|বিশ্বাসযোগ্য]], [[ৱিকিপিডিয়া:উৎসৰ উল্লেখ|কৰ্তৃত্বশীল উৎস]]ৰ উল্লেখ কৰা, বিশেষকৈ যেতিয়া বিষয়টো বিতৰ্কিত বা [[ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী|জীৱিত ব্যক্তি]]ৰ ওপৰত লিখা হয় |
|-
| 
|-
|[[Image:YellowPillar.svg|47px|alt=Yellow pillar (3: Free)]] || {{anchor|3|Yellow|Free}}'''[[ৱিকিপিডিয়া:স্বত্বাধিকাৰ#পুনৰ্ব্যৱহাৰকাৰীৰ অধিকাৰ আৰু কৰ্তব্যসমূহ|ৱিকিপিডিয়া এটা মুক্ত সমল]]''' যাক সকলোৱে [[meta:Founding principles|সম্পাদনা]], ব্যৱহাৰ, বিস্তাৰ, আৰু বিতৰণ কৰিব পাৰে | [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ উলঙ্ঘা|স্বত্বাধিকাৰ]]ক সন্মান কৰক আৰু [[ৱিকিপিডিয়া:কুম্ভীলক বৃত্তি|কুম্ভীলক বৃত্তি]] অৱলম্বন নকৰিব | [[ৱিকিপিডিয়া:অনা-মুক্ত সমল|অনা-মুক্ত সমল]] [[ন্যায়পূৰ্ণ ব্যৱহাৰ]]ৰ বাবে অনুমোদিত, কিন্তু আপুনি ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰিব বিচৰা আন মুকলি বিকল্পৰ সন্ধান কৰিবলৈ চেষ্টা কৰক | যিহেতু আপোনাৰ সকলো বৰঙণি [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ#ব্যৱহাৰকাৰীৰ অধিকাৰ আৰু কৰ্তব্যসমূহ|ৰাইজৰ বাবে মুকলি]], কোনো সম্পাদকৰে [[ৱিকিপিডিয়া:প্ৰৱন্ধৰ অধিকাৰিতা|প্ৰৱন্ধৰ ওপৰত অধিকাৰতা]] নাই; আপোনাৰ সকলো বৰঙনি নিৰ্দয়ভাৱে সম্পাদনা আৰু পুনৰ্বিতৰণ কৰা হ’ব পাৰে |
|-
| 
|-
|[[Image:OrangePillar.svg|47px|alt=Orange pillar (4: Code of conduct and etiquette)]] || {{anchor|4|Orange|Code of conduct|Etiquette}}'''[[ৱিকিপিডিয়া:শিষ্টাচাৰ|সম্পাদকসকলে ইজনে সিজনৰ লগত ভদ্ৰতাৰে কথা-বতৰা পাতিব লাগে]] |''' কোনো বিষয়ত মতবিৰোধ থাকিলেও আপোনাৰ সহযোগী [[ৱিকিপিডিয়ান]]সকলক সন্মান কৰক | [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] মানি চলক আৰু [[ৱিকিপিডিয়া:ব্যক্তিগত আক্ৰমণ নকৰিব|ব্যক্তিগত আক্ৰমণ]] এৰাই চলক | [[ৱিকিপিডিয়া:ঐকমত্য|ঐকমত্য]] বিচাৰি চাওক, [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দ|সম্পাদনা দ্বন্দ]] পৰিহাৰ কৰক, আৰু মনত ৰাখক যে অসমীয়া ৱিকিপিডিয়াত ঠিক কৰিবলৈ আৰু আলোচনা কৰিবলৈ {{NUMBEROFARTICLES}} টা প্ৰৱন্ধ আছে | ভাল বিশ্বাস ৰাখি কাম কৰক, [[ৱিকিপিডিয়া:এটা বক্তব্য স্পষ্ট কৰিবলৈ ৱিকিপিডিয়া বিশৃংখল নকৰিব|এটা বক্তব্য স্পষ্ট কৰিবলৈ কেতিয়াও ৱিকিপিডিয়া বিশৃংখল নকৰিব]], আৰু আনৰ প্ৰতিও [[ৱিকিপিডিয়া:ভাল ভাৱ ৰাখক|ভাল ভাৱ ৰাখক]] | খোলাখুলিকৈ ভাৱ প্ৰকাশ কৰক আৰু [[ৱিকিপিডিয়া:অনুগ্ৰহ কৰি নতুন সদস্যক বেয়া ব্যৱহাৰ নকৰিব|সকলোকে আদৰণি জনাওক]] | মতবিৰোধ হ’লে প্ৰথমে [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা পৃষ্ঠা]]ত বিষয়টো বিৱৰণ কৰক, আৰু [[ৱিকিপিডিয়া:মতবিৰোধ সমাধান|মতবিৰোধ সমাধান]] মানি চলক |
|-
| 
|-
|[[Image:RedPillar.svg|47px|alt=Red pillar (5: Ignore all rules)]] || {{anchor|5|Red|IAR}}'''[[ৱিকিপিডিয়া:সকলো বিধি উপেক্ষা কৰক|ৱিকিপিডিয়াত কোনো ধৰা-বন্ধা নিয়ম নাই]] |''' ৱিকিপিডিয়াৰ নিয়মসমূহ শিলত কটা হোৱা নাই, আৰু ইয়াৰ শব্দ আৰু ভাৱাৰ্থ সময়ৰ সৈতে সলনি হ’ব পাৰে | ৱিকিপিডিয়াৰ নিয়মাৱলীৰ আদৰ্শ আৰু উদ্যম সেইবোৰৰ আভিধানিক অৰ্থতকৈ অধিক প্ৰয়োজনীয়, আৰু কেতিয়াবা ৱিকিপিডিয়াৰ উন্নতি সাধনৰ বাবে নিয়মৰ হেৰফেৰ হ’ব পাৰে | প্ৰৱন্ধত নতুন কথা অন্তৰ্ভুক্ত কৰিবলৈ [[ৱিকিপিডিয়া:সাহসী হওক|সাহসী হওক]] (কিন্তু [[ৱিকিপিডিয়া:অসাৱধানতা|অসাৱধান]] নহয়) আৰু ভুলৰ বাবে চিন্তা নকৰিব | আপোনাৰ প্ৰচেষ্টা [[ৱিকিপিডিয়া:সম্পাদনা নীতি|নিখুঁত নহ’বও পাৰে]]; [[সহায়:পৃষ্ঠা ইতিহাস|পূৰ্বৰ সংস্কৰণ সঞ্চিত হৈ থাকে]] বাবে কোনো ক্ষতি অপূৰনীয় নহয় |
|}