ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
73 নং শাৰী:
# প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি ('''creative commons attribution share alike''') অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। চিত্ৰসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব।
 
: মোৰ বোধেৰে ৫ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ মানলৈকে পাতিব পাৰি। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 15:21, 22 November 2020 (ইউ.টি.চি.)
 
:: প্ৰতিযোগিতা বিষয়ক কৰ্মশালা এখন হ'লে ভাল হয় ৷ লগতে কিছু সুধিবলগীয়া কথাও সুধিব পৰা যাব৷ [[সদস্য:Das Mousumi|Das Mousumi]] ([[সদস্য বাৰ্তা:Das Mousumi|talk]]) 18:25, 22 November 2020 (ইউ.টি.চি.)
 
::: বহুদিন বিৰতিৰ পাছত এনে এক প্ৰতিযোগিতা অনুস্থিত কৰাটো বাৰুকৈয়ে প্ৰয়োজন অনুভৱ হৈছে। <span style="white-space:nowrap;text-shadow:#00BFFF 0em 0em 0.8em,#EE82EE -0.8em -0.8em 0.9em,#1D6B00 0.7em 0.7em 0.8em;color:#FF0000">'''[[User:Bishnu_Saikia|বিষ্ণু শইকীয়া]]'''⇒<span style="font-size: 25px;">[[User talk:Bishnu_Saikia|✉]]</span></span> 05:38, 23 November 2020 (ইউ.টি.চি.)