উপভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{unreferenced}}
কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ ঘটে।এনেদৰেঘটে এনেদৰে কিছু দিনৰ পাছত সেই ভাষা সম্প্ৰদায়টোৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে কিছুমান আঞ্চলিক ৰূপ গঢ় লৈ উঠে।দীৰ্ঘদিনউঠে। দীৰ্ঘদিন ব্যৱধানৰ অন্তত এটা ক্ষেত্ৰীয ৰূপৰ সৈতে অন্য এটা ক্ষেত্ৰীয ৰূপৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত কিছুমান পাৰ্থক্য পৰিলক্ষিত হ'লেও এটা অঞ্চলৰ মানুহে অন্য এটা অঞ্চলৰ ভাষা সম্পূৰ্ণৰূপে বুজি পায়।সূক্ষ্মভাৱেপায়। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে এনে ভেদবোৰ চকুত পৰে।এনেদৰেপৰে। এনেদৰে একোটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰৰ সেই কথিত ৰূপসমূহক প্ৰধান বা মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয়।
"https://as.wikipedia.org/wiki/উপভাষা"ৰ পৰা অনা হৈছে