অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎ভোৰতাল: Fixed the bogus file option lint error
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
49 নং শাৰী:
==ভোৰতাল==
{{Main|ভোৰতাল}}
[[চিত্ৰ:Vur tal.jpg|right|thumb|150Px150px|ভোৰতাল]]
অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ [[ধাতু]]ৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত '''ভোৰতাল''' অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে<ref name="anveshaHome">{{cite web|url=http://www.anvesha.co.in/taal_en.htm |title=Taal |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>। বিভিন্ন প্ৰকাৰৰ [[তাল (বাদ্য)|তাল]] যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে '''বৰতাল''' বা ''' ব্ৰহ্মতাল''' বুলিও জনা যায়<ref name="anveshaHome"/>। '''ভূট তাল''' ভোৰতালৰ আন এক নাম। [[ভূটান]], [[তিব্বত]] আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল<ref name="anveshaHome"/>।
 
==খ্ৰাম==