আন্তৰ্জাতিক মান সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 78 interwiki links, now provided by Wikidata on d:q15028 (translate me)
Fixed the bogus file option lint error
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
33 নং শাৰী:
'''আন্তৰ্জাতিক মান সংস্থা''' ({{lang-en|International Organization for Standardization}} চমুকৈ '''ISO''' আৰু ({{lang-fr|'''Organisation internationale de normalisation'''}}, {{lang-rus|Международная организация по стандартизации|r=Mezhdunarodnaya organizaciya po standartizacii}})<ref name="general_vocabulary" /> এটা আন্তৰ্জাতিক সংস্থা যিটো বিভিন্ন দেশৰ মান নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানৰ সমন্বয়ত গঠন কৰা হৈছে। [[১৯৪৭]] চনৰ [[২৩ ফেব্ৰুৱাৰীত]] এইটো প্ৰতিষ্ঠা কৰা হয়। শিল্প আৰু বাণিজ্যৰ বিভিন্ন বিষয়ৰ উপৰত মান নিৰ্ধাৰন, প্ৰণয়ণ আৰু বিভিন্ন প্ৰতিষ্ঠানক মানৰ চনদপত্ৰ প্ৰদান ইয়াৰ প্ৰধান কাম ।
 
[[চিত্ৰ:ISO Members.svg|thumb|left|300Px300px|আন্তৰ্জাতিক মান সংস্থাৰ সদস্যসকল]]
আন্তৰ্জাতিক মান সংস্থাই নিজকে [[বেচৰকাৰী প্ৰতিষ্ঠান]] হিচাপে সংজ্ঞায়িত কৰে, যদিও মান প্ৰণয়ণৰ ক্ষমতা অতি বেছি আৰু ই প্ৰণয়ন কৰা অধিকাংশ মান চুক্তি বা জাতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ মাধ্যমেৰে [[আইন]]ত পৰিনত হয়। এইকাৰনতে অধিকাংশ বেচৰকাৰী প্ৰতিষ্ঠানৰ তুলনাত আন্তৰ্জাতিক মান সংস্থা অনেকগুণে শক্তিশালী। বাস্তৱত চৰকাৰৰ লগত আন্তৰ্জাতিক মান সংস্থাৰ ঘনিষ্ঠ সম্পৰ্ক থাকে। ২০০৬ চন পৰ্যন্ত আইএচঅ’ৰ সদস্য সংখ্যা আছিল ১৫৮, যিবোৰৰ প্ৰত্যেকেই বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰে।<ref name="iso">[http://www.iso.org/iso/about/iso_members.htm আন্তৰ্জাতিক মান সংস্থাৰ সদস্যবৃন্দ]</ref>