বিষুৱ ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2401:4900:51C3:17A3:C1B8:D5F0:8D77:CBC5 (আলোচনা)-ই কৰা 240164 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
→‎বৰ্ণনা: Fixed the bogus file option lint error
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
'''বিষুৱ ৰেখা''' বা '''ভূমধ্য ৰেখা''' পৃথিৱী পৃষ্ঠত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত অৱস্থিত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখা। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে। অন্য ভাষাত পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থিত ভূমধ্য ৰেখাৰ উখহা স্থানৰ বিন্দু সমূহ লগ লগাই পশ্চিমৰ পৰা পূবলৈ কল্পনা কৰা ৰেখা দলেই হ'ল বিষুৱ ৰেখা। পৃথিৱীৰ সোমাজত অৱস্থিত হোৱাৰ বাবে ইয়াক ভূমধ্য ৰেখা আৰু ইয়াত দিন ৰাতি সমান দৈৰ্ঘৰ হোৱাৰ বাবে বিষুৱ ৰেখা বোলে। অন্য গ্ৰহ সমূহৰ বিষুৱ ৰেখাক এইদৰেই ব্যাখ্যা কৰা হয়। ইয়াৰ ২৩°৩০′০″ উত্তৰে [[কৰ্কট ক্ৰান্তি]] ৰেখা আৰু ২৩°৩০′০″ দক্ষিণে [[মকৰ ক্ৰান্তি]] ৰেখা অৱস্থিত। <ref name="গোবিন্দ">{{cite book |last= ঝা|first= গোবিন্দ |title= মানক বিজ্ঞান হিন্দী শব্দ কোষ |origdate= [[১ জানুৱাৰী]], ২০০৭|origyear= ২০০৭ |origmonth= জানুৱাৰী |url= http://vrihad.com/bs/home.php?bookid=7097|format=htm |edition= |date= |year= |month= |publisher= বাণী প্ৰকাশন |location= |language=হিন্দী |id=৬২৭০ |doi = |pages= ১৬৭}}</ref><ref>[http://www.patrika.com/print/emailarticle.aspx?id=10645 ]</ref>
== বৰ্ণনা==
[[File:Equator sign kenya.jpg|right|thumb||পৰ্যটন ক্ষেত্ৰ সমূহত বিষুৱ ৰেখাক পথৰ দাঁতিত চিহ্নিত কৰা হয়। ]]
বিষুৱ ৰেখাৰ অক্ষাংশ শূন্য। ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৪০,০৭৫ কিঃমিঃ বা ২৪,৯০১.৫ মাইল (প্ৰকৃত দৈৰ্ঘ্য ৪০,০৭৫,০১৬.৬৮৫৬ মিটাৰ)। বছৰৰ ২১ মাৰ্চ আৰু ২৩ ছেপ্টেম্বৰ তাৰিখে বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে।<ref name="भगवती">{{cite book |last= |first= |title= ज्योतिष सबके लिए|origdate= १ जनवरी २००७|origyear= २००७|origmonth= जनवरी|url= http://pustak.org/bs/home.php?bookid=6270|format= एचटीएम|edition= |date= |year= |month= |publisher= भगवती पॉकेट बुक्स|location= |language= हिन्दी|id= ६२७०|doi = |pages= १६७}}</ref>এই দুদিন পৃথিৱীত দিন আৰু ৰাতি সমান দৈৰ্ঘৰ হয়। ২১ মাৰ্চক মহাবিষুৱ আৰু ২৩ ছেপ্টেম্বৰক জলবিষুৱ বোলা হয়।
 
9 নং শাৰী:
 
পৃথিৱী বিষুৱ ৰেখাত অলপ উখহা। ইয়াৰ পৰা পৃথিৱীৰ ব্যাস ১২,৭৫৯.২৮ কিঃমিঃ(৭৯২৭ মাইল)। আনহাতে মেৰুৰ পৰা পৃথিৱীৰ ব্যাস ১২,৭১৩.৫৬ কিঃমিঃ(৭৯০০ মাইল) অৰ্থাৎ প্ৰায় ৪২.৭২ কিঃমিঃ বেছি।
বিষুৱীয় অঞ্চল অন্তৰীক্ষ কেন্দ্ৰ স্থাপনৰ বাবে অতি উত্তম। কাৰণ পৃথিৱীৰ আহ্নিক গতিৰ বাবে পৃথিৱীৰ আন ঠাইৰ তুলনাত বিষুৱীয় অঞ্চলৰ কৌণিক বেগ বেছি। সেয়ে অন্তৰীক্ষ যেন উৎক্ষেপণৰ বাবে আৱশ্যক ইন্ধনৰ পৰিমাণ কমোৱাত সুবিধা হয়। এই প্ৰভাৱক ব্যৱহাৰ কৰিবলৈ হ'লে অন্তৰীক্ষ যেন খনক পূব দিশত প্ৰক্ষেপিত কৰা উচিত।
 
== জলবায়ু ==
[[File:Equator Sao Tome.jpg|right|thumb|| বিষুৱ ৰেখাৰ চিহ্ন, [[:en:Ilhéu das Rolas|ইলহেও দাস ৰোলাছ]]]]