124
টা সম্পাদনা
(→বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ: Fixed the bogus file option lint error) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit |
(→বিভিন্ন মেৰুদণ্ডী প্ৰাণীৰ হৃদযন্ত্ৰ: Removed link from section heading) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit |
||
'''হৃদযন্ত্ৰ''' ({{lang-en|Heart}}) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে [[প্ৰাণী]]ৰ [[জীৱন]] থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। ই বক্ষ গহ্বৰত [[হাঁওফাঁও]] দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ। হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে। হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে। ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে। এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰটো ৪টা কোঠালিযুক্ত। নিম্নখাপৰ [[মেৰুদণ্ডী প্ৰাণী]]ৰ পৰা ক্ৰমে উচ্চখাপৰ [[প্ৰাণী]]লৈ ইয়াৰ জটিলতা বৃদ্ধি পায়।
==বিভিন্ন
[[File:Wiki Heart Antomy Ties van Brussel.jpg|thumb|350px|The [[human heart]]]]
|
টা সম্পাদনা