ৰত্নকান্ত বৰকাকতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ আন এক জনপ্ৰিয় কবি [[ৰত্নকান্...
 
No edit summary
1 নং শাৰী:
[[অসমীয়া]] সাহিত্যৰ [[নৱন্যাস যুগ]]ৰ আন এক জনপ্ৰিয় কবি [[ৰত্নকান্ত বৰকাকতী]] ৷ তেওঁক ''শেৱালী কবি'' উপনামেৰে জনা যায়৷যায় ৷ নৱন্যাসিক যুগৰ আন আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে৷তুলিছে ৷ শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত সৃষ্ট অনুপম অনুভূতিৰ প্ৰেৰণা দেখা পোৱা যায় তেওঁৰ কবিতাত৷কবিতাত ৷ সৰলতা আৰু নিমজ গতিৰ ছন্দসজ্জা তেওঁৰ কবিতাৰ যোগাত্মক দিশ৷দিশ ৷ বৰকাকতী যদিও প্ৰেমৰ কবি তেওঁৰ কবিতাৰ মাজত ৰহস্যবাদী সুৰ এটাও ৰিণিকি ৰিণিকি ভাহি উঠা দেখা যায়৷যায় ৷ কিন্তু সেই ৰহস্যবাদ কেৱল ভগৱৎ প্ৰেম আৰু আধ্যাত্মিক অনুভূতিৰে সিক্ত হৈ থকা নাই৷নাই ৷ সমগ্ৰ বিশ্বৰ মাজত প্ৰতিভাত হৈ থকা অন্তহীন সৌন্দৰ্য আৰু মানুহৰ হৃদয়ত থকা অসীম প্ৰেম তেওঁৰ ৰহস্যবাদী চিন্তাধাৰাৰ উৎস৷উৎস ৷ তেওঁৰ কবিতাসমূহত দাৰ্শনিক চিন্তাস্ৰোতৰ ইন্ধনো সামান্য পৰিমাণে দেখিবলৈ পোৱা যায়৷যায় ৷ তেওঁৰ কবিতাসমূহক নিৰ্মাণধৰ্মীতাৰে সুন্দৰকৈ সজাই-পৰাই অতুলনীয় কৰি তুলিছে৷তুলিছে ৷ বৰকাকতীৰ কবিতাৰ ছন্দৰ অন্যতম বৈশিষ্ট হৈছে শ্বাসাঘাত৷শ্বাসাঘাত ৷ তেওঁৰ কোনো কোনো কবিতাত [[ৰবীন্দ্ৰনাথ]]ৰ কবিতাৰ প্ৰভাৱ দেখা যায় যদিও সি বৰকাকতীৰ কবিতাৰ স্বকীয়তাক ম্লান কৰিব পৰা নাই৷নাই ৷ ''বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, ছয়াময়া, তাজমহল'' আদি তেওঁৰ জনপ্ৰিয় কবিতা সমূহৰ অন্যতম দুটামান কবিতা৷কবিতা ৷
 
==জন্ম==
২০ জুন ১৮৯৭ চন৷চন ৷ [[নগাঁও]] জিলাৰ [[ঢিঙ]]ত৷ পিতৃ ভূধৰ বৰকাকতী৷বৰকাকতী ৷
==শিক্ষা==
[[ঢিং প্ৰাইমাৰী স্কুল]](১৯০৩-১৯০৫), [[নগাঁও চৰকাৰী হাইস্কুল]]ৰ পৰা [[মেট্ৰিকুলেচন]](১৯১৫), [[কটন কলেজ]], [[কলিকতাত]]ৰ [[ৰিপন কলেজ]], [[হুগলী কলেজ]],[[ সংস্কৃত কলেজ]], ঘৰুৱা অসুবিধাৰ বাবে আধৰুৱা কলেজীয়া শিক্ষা৷শিক্ষা ৷
==কৰ্মজীৱন==
[[নলবাৰী হাইস্কুল]]ৰ শিক্ষক(১৯১৮), [[ঢিং]] মৌজাৰ এক্টিং মৌজাদাৰ(১৯২৪-১৯২৭), কৃষি কাৰ্য(১৯২৮-৩৩), মৌজাদাৰ(১৯৩৩)
 
==গ্ৰন্থৰাজী==