মাইকেল জেকচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
<!-- {{Under construction}} -->
{{Infobox person
| name = মাইকেল জেকচন
| image = Michael Jackson in 1988.jpg
| image_size =
| alt =
| caption = ১৯৮৮ চনৰ ২ জুনত [[অষ্ট্ৰিয়া]]ৰ ৰাজধানীৰ ভিয়েনাত মাইকেল জেকচন
| birth_name = মাইকেল জোচেফ জেকচন
| alias = মাইকেল জয়ী জেকচন<!-- Legal aliases only. This is not a field for nicknames.-->
| birth_date = {{Birth date|1958|8|29|df=yes}}
| birth_place = গেৰী, ইণ্ডিয়ানা,
[[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_date = {{Death date and age|2009|6|25|1958|8|29|df=yes}}
| death_place = লছ এঞ্জেলেছ,
কেলিফোৰ্নিয়া, [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_cause = একিউট প্ৰ'প'ফল আৰু বেঞ্জডিয়াজেপাইন বিষক্ৰিয়াৰ ফলত হৃদক্ৰিয়া বন্ধ
| burial_place = ফৰেষ্ট ল'ন মেমৰীয়েল পাৰ্ক, গ্লেণ্ডেল, কেলিফোৰ্নিয়া,
আমেৰিকা যুক্তৰাষ্ট্ৰ
| occupation = {{hlist|গায়ক|গীতিকাৰ|নৃত্যশিল্পী}}<!--Please do not add any more occupations to the list, it is long enough already-->
| spouse = {{marriage|লিজা মেৰী প্ৰিছলী|1994|1996|end=divorced}}<br/>{{marriage|ডেবী ৰ'ৱে|1996|1999|end=divorced}}
| children = {{hlist|মাইকেল জুনিয়ৰ|পেৰিছ জেকচন|বেলেংকেট}}
| parents = জয়ী জেকচন <br/>কেথৰিন জেকচন
| family =
| awards =
| website = {{url|https://www.michaeljackson.com/}}
| signature = Michael Jackson signature.svg
| module = {{Infobox musical artist|embed=yes
| instrument = কণ্ঠশিল্পী<!--If you think an instrument should be listed, a discussion to reach consensus is needed first-->
| background = solo_singer
| genre = <!--These music genres are all sourced under the section #Musical themes and genres-->{{hlist|পপ মিউজিক|চউল মিউজিক|ফাংক|{{nowrap|ৰিডম এণ্ড ব্লুছ}}|ৰক মিউজিক|ডিস্ক'|পষ্ট ডিস্ক'|{{nowrap|ডান্স পপ}}|নিউ জেক চুইং}}
| years_active = ১৯৬৪–২০০৯
| label = {{hlist|ষ্টীল টাউন|ম'টাউন|এপিক ৰেকৰ্ডছ|লিগেচী ৰেকৰ্ডিংছ|চনী মিউজিক|এমজেজে প্ৰডাক্টচন}}
| associated_acts = <!--These associated acts are all sourced under #Discography-->{{flatlist|
*দা জেকচন ৫
38 নং শাৰী:
'''মাইকেল জেকচন''' ({{Lang-en|Michael Jackson}}; সম্পূৰ্ণ নাম: '''মাইকেল জোচেফ জেকচন'''; ২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী।<!--DO NOT add more occupations per [[Talk:Michael Jackson/Archive 31#Lead sentence format]]--> তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়। চাৰি দশকজোৰা কালছোৱাত তেওঁ সংগীত, নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ ৰাজহুৱাকৰণৰ বাবে জনপ্ৰিয় মাধ্যমত গোলকীয় তাৰকা ব্যক্তিত্বত পৰিগণিত হৈছিল।
 
জেকচন পৰিয়ালৰ অষ্টম সন্তান মাইকেল জেকচনে তেওঁৰ জ্যেষ্ঠ ভাতৃ জেকী, টিটো, জেৰমাইন, আৰু মাৰলনৰ সৈতে দা জেকচন ৫ দলৰ সদস্য হিচাপে ১৯৬৪ চনত পেশাদাৰী শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৭১ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে ম'টাউন ৰেকৰ্ডছ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। ১৯৮০ৰ দশকত তেওঁ নিজকে জনপ্ৰিয় সংগীতৰ এজন প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৮২ চনৰ তেওঁৰ এলবাম "থ্ৰীলাৰ"ৰ গান সমূহগানসমূহ "বিট ইট", "বিলী জীন", "থ্ৰীলাৰ"
আদিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষ্ণাংগ সমূহৰকৃষ্ণাংগসমূহৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অন্ত পেলাই পৰিবৰ্তনৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল। তেওঁৰ গীত সমূহৰগীতসমূহৰ জনপ্ৰিয়তাৰ বাবে এমটিভি চেনেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ১৯৮৭ চনৰ এলবাম "বেড" আমেৰিকাৰ বিলবৰ্ডত পাঁচটা গীত "বিলবৰ্ড হট ১০০"ত অন্তৰ্ভুক্ত হোৱা প্ৰথম এলবাম। তাৰপিছত তেওঁ ১৯৯০ৰ দশকত "ব্লেক এণ্ড হোৱাইট" আৰু "স্ক্ৰীম" আদিৰ দৰে নতুন শৈলীৰ ভিডিঅ' প্ৰকাশ কৰিছিল আৰু গোটেই বিশ্বতে কনচাৰ্ট পৰিবেশন বাবে জনাজাত হৈছিল। তেওঁৰ মঞ্চ আৰু ভিডিঅ' সমূহত অতি জটিল নৃত্যশৈলী যেনে ''মুনৱাক'' আদিক জনপ্ৰিয় কৰিছিল। তেওঁৰ নৃত্য শৈলী আৰু শব্দৰ বিশেষ ভংগীমায়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিল্পী আৰু বিভিন্ন সংগীত শৈলীক অনুপ্ৰাণিত কৰিছিল।
 
মাইকেল জেকচনৰ এলবাম আৰু গীত সমূহগীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়া সকলৰ ভিতৰত অন্যতম। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ৩৫০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।<ref>{{cite news|first= Raymone K. |last= Bain |date= October 31, 2006 |url= http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |archivedate= February 17, 2007 |title= Statement from Raymone Bain to all fans and fanclubs|archiveurl= https://web.archive.org/web/20070217114004/http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |publisher= Mjtmc.com}}</ref> সেইসময়ত তেওঁ অতি জনপ্ৰিয় আদি আৰু তেওঁৰ জনপ্ৰিয়তাৰ বাবেই তেওঁৰ এলবামৰ বিক্ৰী বাঢ়িছিল।<ref>{{cite news|first= David |last= Lara |title= Michael Jackson's 'Bad' Gets a Revamp and More Inflated Sales! |publisher= ImpreMedia |date= May 12, 2012 |accessdate= January 17, 2013 |url= http://www.impre.com/la-gente-dice/viewArticle.action?articleId=281474978979962}}</ref><ref name="WSJ">{{cite news|first= Carl |last= Bialik |title= Spun: The Off-the-Wall Accounting of Record Sales |newspaper= The Wall Street Journal |date= July 15, 2009 |url= https://www.wsj.com/articles/SB124760651612341407 |accessdate= January 17, 2013}}</ref> ২০০৬ চনৰ পৰা বিভিন্ন উৎস যেনে ৰিয়া, ৰলিং ষ্টন আৰু টাইম আলোচনীৰ মতে তেওঁৰ ৭৫০ মিলিয়নতকৈ বেছি (১ বিলয়ন পৰ্যন্ত) ৰেকৰ্ড বিক্ৰী হৈছে।<ref>{{cite magazine|first= Kory |last= Grow |title= Michael Jackson's 'Thriller' Is First Album to Sell 30 Million Copies |magazine= Rolling Stone |url= https://www.rollingstone.com/music/news/michael-jacksons-thriller-is-first-album-to-sell-30-million-copies-20151216 |date= December 16, 2015 |accessdate= May 29, 2016}}</ref><ref>{{cite magazine|first= Alicia |last= Adamczyk |title= Michael Jackson's 'Thriller' Just Smashed Another Record |date= December 16, 2015 |magazine= Time (magazine) |url= http://time.com/money/4151215/michael-jacksons-thriller-album-sales-record/ |accessdate= May 29, 2016}}</ref><ref name="WSJ"/> ৬৬ মিলিয়নকৈ বেছি তেওঁৰ ''থ্ৰীলাৰ'' এলবাম বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ অন্যতম। তেওঁৰ অন্যান্য এলবাম যেনে "অফ দা ৱাল" (১৯৭৯), "বেড" (১৯৮৭), "ডেনজাৰাছ" (১৯৯১), আৰু "হিষ্ট্ৰী" (১৯৯৫) বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ তালিকাত স্থান লাভ কৰিছে। তেওঁ অগণন বঁটা আৰু সন্মান লাভ কৰিছে। পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনেও লাভ কৰা নাই। তেওঁক দুবাৰ "ৰক এণ্ড ৰল হল অফ ফেম"ত স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় নৃত্য যাদুঘৰৰ হল অফ ফেমত স্থান লাভ কৰা একমাত্ৰ ৰক শিল্পী। তেওঁৰ অন্যান্য উপলব্ধিউপলব্ধিসমূহ সমূহ হলহ’ল: গীনিছ বিশ্ব ৰেকৰ্ডছ, ১৫ টা১৫টা [[গ্ৰেমী বঁটা]] (গ্ৰেমী লেজেণ্ড আৰু জীৱনজোৰা সাধনা বঁটাৰ সৈতে), ২৬ টা২৬টা আমেৰিকান সংগীত বঁটা আৰু আমেৰিকাৰ বিলবৰ্ডত প্ৰথম স্থানত থকা ১৩ টা১৩টা গীত। তেওঁ বিলবৰ্ড হট ১০০ৰ শীৰ্ষ দহৰ ভিতৰত পাঁচটা ভিন্ন দশক স্থান লাভ কৰা একমাত্ৰ শিল্পী। ২০১৬ চনত তেওঁ ফৰ্বছ আলোচনীৰ মতে বছৰি ৮২৫ [[আমেৰিকান ডলাৰ]] উপাৰ্জন কৰি বিশ্বৰ সৰ্বোচ্চ ধন উপাৰ্জন কৰা তাৰকাত পৰিগণিত হৈছিল।
 
১৯৮০ৰ দশকত তেওঁ সঘনে নিজৰ ৰূপ সলনি কৰা, ব্যক্তিগত সম্পৰ্ক, ব্যৱহাৰ আৰু জীৱন-ধাৰণ বাবে বিতৰ্কত সোমাইছিল। ১৯৯৩ চনত তেওঁ পাৰিবাৰিক বন্ধুৰ শিশু যৌন নিৰ্যাতনৰ বাবে অভিযুক্ত হৈছিল। এই অভিযোগ ন্যায়ালয়ৰ বাহিৰতে নিষ্পত্তি হৈছিল। ২০০৫ চনত তেওঁ ওপৰত আকৌ শিশু যৌন নিৰ্যাতনৰ মুকৰ্দমা চলে। ২০০৯ চনত "দিছ ইজ ইট"ৰ কনচাৰ্টৰ প্ৰস্তুতি চলাই থকা অৱস্থাত অত্যাধিক একিউট প্ৰ'প'ফল আৰু বেঞ্জডিয়াজেপাইন বিষক্ৰিয়াৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বাবে তেওঁৰ ব্যক্তিগত চিকিৎসক কৰনাৰ্ড মুৰেক জগৰীয়া কৰা হয়। তেওঁৰ মৃত্যুত গোটেই বিশ্বতে তেওঁৰ অনুৰাগীসকলৰ মনত শোকৰ ছাঁ পৰে।