আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
11 নং শাৰী:
# আৰু তেওঁৰ সমতুল্য একোৱেই নাই।
 
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ"ৰ পৰা গৃহিত। ''ইলাহ'' (Ilah) শব্দটো আহিছে [[হিব্ৰু ভাষা]]ৰ ''এলাহ'' (Elah) শব্দৰ পৰা। ''এলাহ'' মানে পৰম উপাসক। ''এলাহ''ৰ [[ইংৰাজী ভাষা|ইংৰাজী]] প্ৰতিশব্দ হ'ল ''‌'deity'‌''। ''Deity'' মানে হ'ল সকলোতকৈ ডাঙৰ ভুত। আল্লাহ শব্দটো ''আল'' আৰু ''ইলাহ''ৰ যুক্তাক্ষৰ (Al + Ilah = Allah)। ''আল'' (Al) [[নিৰ্দিষ্টবাচক শব্দ]] (determiner) যাৰ অৰ্থ -জন, -খন, -টো বা ইংৰাজীত ''the''। গতিকে আল্লাহ মানে পৰমেশ্বৰ জন (আল = জন; ইলাহ = পৰমেশ্বৰ, ''The Deity'')। যিহেতু ইছলাম এটা বিশুদ্ধ একেশ্বৰবাদী (এক + ঈশ্বৰ) ধৰ্ম, গতিকে এই ধৰ্মৰ উপাসক জনক সকলোতকৈ উচ্চ আৰু নিৰ্দিষ্ট আসনত অধিষ্ঠিত কৰা হয়।
 
=== আল্লাহৰ মুখমণ্ডল ===
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে