হাতীমূৰা মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox Hindu temple | name = হাতীমূৰা মন্দিৰ | image = Hatimura Durga Mandir.jpg | alt = | cap...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
বৰ্ণাশুদ্ধি
1 নং শাৰী:
{{Infobox Hindu temple
| name = হাতীমূৰা মন্দিৰ
| image = Hatimura Durga Mandir.jpg
| alt =
| caption = হাতীমূৰা পাহাৰত অৱস্থিত দুৰ্গা মন্দিৰ
|pushpin_map = India Assam
| latd =26.6100977
9 নং শাৰী:
|map_caption = অসম মানচিত্ৰত হাতীমূৰা মন্দিৰৰ অৱস্থান
|map_size = 250
| country = [[ভাৰত]]
| state = [[অসম]]
| district = [[নগাঁও জিলা]]
| location = [[শিলঘাট]]
| elevation_m =
| deity = [[দুৰ্গা]]
| important_festivals= [[দুৰ্গা পূজা]]
| architecture = [[নীলাচল স্থাপত্যশৈলী]]
| temple_quantity =
| monument_quantity =
| inscriptions =
|date_built = ১৬৬৭ শক (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ)
| creator = [[প্ৰমত্ত সিংহ]]
| website =
}}
'''হাতীমূৰা মন্দিৰ''' [[অসম]]ৰ [[নগাঁও জিলা]]ৰ [[কলিয়াবৰ মহকুমা]]ৰ [[শিলঘাট]]ৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এখন ঐতিহাসিক মন্দিৰ।<ref>{{cite web|url=http://assamonnet.org/index.php?article=worshipmore|title=Hatimura temple at Silghat|publisher=Assam On Net|accessdate=12 December 2009|url-status=dead|archiveurl=https://web.archive.org/web/20071019122954/http://www.assamonnet.org/index.php?article=worshipmore|archivedate=19 October 2007}}</ref> আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমর্দনীমহিষাসুৰমৰ্দিনী দেৱী [[দুৰ্গা]]ৰ প্ৰতি সমৰ্পিত।<ref>{{cite web|url=http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html|title=Hatimura Temple|publisher=Indian Temples Portal|accessdate=12 December 2009}}</ref> এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনাস্থলী।
==তথ্য উৎস==
{{ৰেফলিষ্ট}}