হাতীমূৰা মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
33 নং শাৰী:
|accessdate=2 December 2020}}</ref>
==ইতিহাস==
আহোম ৰাজত্বকালত [[শালস্তম্ভ ৰাজবংশ]]ৰ ৰজাৰ দিনত নিৰ্মিত বহুকেইটা মঠ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰে ভিতৰত উল্লেখযোগ্য মন্দিৰ হৈছে হাতীমূৰা মন্দিৰ। অষ্টম-নৱম শতিকাত [[শালস্তম্ভ ৰাজবংশ]]ৰ ৰজাই নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত অৱস্থিত দূৰ্গাদুৰ্গা মন্দিৰটো আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল।<ref>{{cite book|last=Baruah|first=B. K.|author2=Sreenivasa Murthy, H. V.|title=The Hatimura Temple|publisher=Hindu books universe|url=http://www.hindubooks.org/temples/assam/hatimura/index.htm|accessdate=12 December 2009}}</ref> ইয়াত উদ্ধাৰ হোৱা শিলালিপি অনুসৰি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশ মৰ্মে তৰুণ দুৱৰা বৰফুকনে এই মন্দিৰৰ নিৰ্মাণ কৰাইছিল।<ref name=ETV/>
==বৰ্ণনা==
হাতীমূৰা মন্দিৰ [[নীলাচল স্থাপত্যশৈলী]]ৰে নিৰ্মিত। [[ব্ৰহ্মপুত্ৰ নদ]]ৰ দক্ষিণ পাৰে গধুৰ শিলৰ ভেঁটি থকা পাহাৰৰ ওপৰত হাতীমূৰা মন্দিৰ অৱস্থিত। এই ঠাইত মাটিৰ ওপৰত ওলাই থকা শিল প্ৰচুৰভাৱে পোৱা যায়। এনেকুৱা এটা শিলতে খোদিত [[গণেশ]]ৰ মূৰ্তি পোৱা গৈছে। ইটাৰে সজা মূল মন্দিৰত শিলত কটা দশভূজা মহিষাসুৰমর্দনীমহিষাসুৰমৰ্দনী দুৰ্গাৰ মূৰ্ত্তি আছে। এই মন্দিৰ প্ৰমত্ত সিংহয়ে নিৰ্মাণ কৰাৰ বিষয়ে শিলালিপিত খোদিত কৰা আছে। তদুপৰি ইয়াৰ আশে-পাশে বহুতো শিলত কটা ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এই মন্দিৰ [[অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা]]ত অন্তৰ্ভুক্ত।<ref name=as>{{cite web|url=https://culturalaffairs.assam.gov.in/as/portlet-innerpage/সংৰক্ষিত-পূৰাতাত্ত্বিক-স্থান-আৰু-স্মৃতিসৌধসমূহ
|title=সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ
|publisher=সংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ|accessdate=2 December 2020}}</ref>
44 নং শাৰী:
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:নগাঁও জিলা]]
[[শ্ৰেণী:অসমৰ ধৰ্মীয় স্থান]]
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]
[[শ্ৰেণী:অসমৰ পুৰাতাত্বিক স্থান]]