হাতীমূৰা মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
'''হাতীমূৰা মন্দিৰ''' [[অসম]]ৰ [[নগাঁও জিলা]]ৰ [[কলিয়াবৰ মহকুমা]]ৰ [[শিলঘাট]]ৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এখন ঐতিহাসিক মন্দিৰ।<ref>{{cite web|url=http://assamonnet.org/index.php?article=worshipmore|title=Hatimura temple at Silghat|publisher=Assam On Net|accessdate=12 December 2009|url-status=dead|archiveurl=https://web.archive.org/web/20071019122954/http://www.assamonnet.org/index.php?article=worshipmore|archivedate=19 October 2007}}</ref> আহোম স্বৰ্গদেউ [[প্ৰমত্ত সিংহ]]য়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী [[দুৰ্গা]]ৰ প্ৰতি সমৰ্পিত।<ref>{{cite web|url=http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html|title=Hatimura Temple|publisher=Indian Temples Portal|accessdate=12 December 2009}}</ref> এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনাস্থলী।
==অৱস্থান==
হাতীমূৰা মন্দিৰ নগাঁও জিলাৰ [[কলিয়াবৰ]]ৰ হাতীমূৰা পাহাৰত অৱস্থিত। ই [[শিলঘাট]] আৰু [[জখলাবন্ধা]]ৰ নিচেই কাষত অৱস্থিত। শিলঘাট ৰে'ল ষ্টেচন আৰু জখলাবন্ধা ৰে'ল ষ্টেচনৰ ঠাইখনলৈ ৰেলেৰে সংযোগিত।সংযোজিত। সেইদৰে [[তেজপুৰ বিমানবন্দৰ]] আৰু [[ৰৰৈয়া বিমানবন্দৰ]] দুয়ো ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ।<ref>{{cite web|url=http://www.indiantemplesportal.com/assam/hatimura-temple-nowgong.html|title=Hatimura Temple|publisher=Indian Temples Portal|accessdate=12 December 2009}}</ref>
 
==নামৰ উৎপত্তি==
হাতীমূৰা দুৰ্গা মন্দিৰ [[কলিয়াবৰ]]ৰ হাতীমূৰা পাহাৰত অৱস্থিত। [[আহোম ৰাজ্য|আহোম বিষয়া]] হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয়। পিছলৈ হাতীমূৰা পাহাৰত অৱস্থিত হোৱাৰ বাবে ইয়াত থকা দুৰ্গা মন্দিৰটোৰ নামো হাতীমূৰা মন্দিৰ হয়।<ref name=ETV>{{cite web|url=https://m.etvbharat.com/assamese/assam/state/nagaon/old-durga-temple-in-hatimura/assam20190925191549945