হনুমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{under construction}} {{Infobox deity | type = হিন্দু | name = হনুমান | image...
 
No edit summary
1 নং শাৰী:
{{under construction}}
{{Infobox deity
| type = হিন্দু
| name = হনুমান
| image = Hanuman Statue In Haladiagada Kendrapada.JPG
| caption = হনুমানহনুমানৰ মূর্তি,শিলা চোল ভাস্কর্য, একাদশ শতাব্দীমুৰ্তি
| Devanagari = हनुमान्
| Sanskrit_Transliteration = {{IAST|Hanumān}}
| affiliation = রামভক্তৰামভক্ত [[বৈষ্ণবধর্মবৈষ্ণবধৰ্ম]]
| god_of = ভক্তি
| abode = কদলীবন (হিমালয়-সংলগ্ন পৌরাণিক অরণ্য)
| mantra = হং হনুমতে রুদ্রাত্মকায়ৰুদ্রাত্মকায় হুং ফট্ হনুমতে নমঃ
| weapon = [[গদা]]
| texts = [[ৰামায়ণ]], [[ৰামচরিতমানস]], [[হনুমান চালিশা]]।
| texts = [[রামায়ণ]], [[রামচরিতমানস]], [[হনুমান চালিশা]]।<ref>{{বই উদ্ধৃতি|ইউআরএল=https://books.google.co.in/books?id=19aoCgAAQBAJ&pg=PT193|শিরোনাম=Hinduism in the Modern World|লেখক=Brian A. Hatcher|প্রকাশক=[[Routledge]]|বছর=2015|আইএসবিএন=9781135046309}}</ref>
| father = [[পৱন (দেৱ)]]
| father = [[বায়ু (দেবতা)]]<ref name="Williams2008p146"/><ref name=debroy184>{{বই উদ্ধৃতি|লেখক=Bibek Debroy|শিরোনাম=The Mahabharata: Volume 3|ইউআরএল=https://books.google.com/books?id=af1qFbouaVMC&pg=PA184|বছর=2012|প্রকাশক=Penguin Books|আইএসবিএন=978-0-14-310015-7|পাতাসমূহ=184 with footnote 686}}</ref>
| mother = [[অঞ্জনা]] /অঞ্জনি<ref name="Williams2008p146"/>
| consort = [[শুভরচলাশুভৰচলা]]
| mount =
}}
'''হনুমান''' ({{lang-sa|हनुमान}} [[হিন্দু ধৰ্ম|হিন্দু]] শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্রন্থ [[ৰামায়ণ|ৰামায়ণত]] হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্রন্থত তেওঁক মহাবলশালী, পৰাক্রমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান [[বিষ্ণু|শ্ৰীবিষ্ণুৰ]] সপ্তম অৱতাৰ [[ৰাম|শ্ৰীৰামৰ]] পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া [[সূৰ্য|সূৰ্যক]] ফল বুলি বিবেচনা কৰি ভক্ষন কৰাৰ বাবে আকাশমাৰ্গত যাত্রা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্রহাৰ কৰি ভূতলশায়ী কৰিছিল।
[[চিত্ৰ:Hanuman Mistakes the Sun for a Fruit.jpg|thumb|সূৰ্যক ভক্ষণ কৰাৰ অভিলাষত হনুমান]]
==মহাভাৰত গ্রন্থত হনুমানৰ বৰ্ণিত কাহিনী==
"https://as.wikipedia.org/wiki/হনুমান"ৰ পৰা অনা হৈছে