হনুমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
17 নং শাৰী:
| mount =
}}
'''হনুমান''' ({{lang-sa|हनुमान}}) [[হিন্দু ধৰ্ম|হিন্দু]] শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্রন্থ [[ৰামায়ণ|ৰামায়ণত]] হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্রন্থত তেওঁক মহাবলশালী, পৰাক্রমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান [[বিষ্ণু|শ্ৰীবিষ্ণুৰ]] সপ্তম অৱতাৰ [[ৰাম|শ্ৰীৰামৰ]] পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া [[সূৰ্য|সূৰ্যক]] ফল বুলি বিবেচনা কৰি ভক্ষন কৰাৰ বাবে আকাশমাৰ্গত যাত্রা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্রহাৰ কৰি ভূতলশায়ী কৰিছিল।
[[চিত্ৰ:Hanuman Mistakes the Sun for a Fruit.jpg|thumb|সূৰ্যক ভক্ষণ কৰাৰ অভিলাষত হনুমান]]
"https://as.wikipedia.org/wiki/হনুমান"ৰ পৰা অনা হৈছে