হনুমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
==মহাভাৰত গ্রন্থত হনুমানৰ বৰ্ণিত কাহিনী==
হনুমান অমৰত্ব প্রাপ্ত কৰিছিল গতিকে তেওঁ অমৰ। ফলস্বৰূপ [[মহাভাৰত]] ধৰ্মগ্ৰন্থত হনুমানৰ উপস্থিতি পৰিলক্ষ্যিত হয়। উল্লেখনীয় যে উক্ত ধৰ্মগ্ৰন্থত হনুমানক শান্ত, জ্ঞানী তথা অভিজ্ঞ বুলি প্রকাশ কৰা হৈছে।
*[[ভীম]] নিজ বাহুবলৰ অত্যন্ত অহংকাৰ কৰিছিল। ভীমৰ অহংকাৰ চূৰ্ণ কৰাটোৱে আছিল হনুমানৰ মূল উদ্দেশ্য।পাণ্ডবৰ অজ্ঞাতবাসৰ সময়ত হনুমান এজনএদিন বৃদ্ধঅসুস্থ লগতেতথা অসুস্থ বান্দৰৰবৃদ্ধৰ বেশত ভীমৰ লগত সাক্ষাৎ কৰিছিল। কালক্রমত এদিন হনুমান ভীমৰ পথৰুদ্ধ কৰি বৃদ্ধৰ বেশত শুই আছিল। ভীম তেওঁক অতিক্রম কৰাৰ প্রচেষ্টা কৰাৰ সময় হনুমান তেওঁক নেজ আতৰাই নিজ গন্তব্য স্থানত যোৱাৰ আদেশ কৰছিল। ভীম নিজ বাহুবল প্রয়োগ কৰি হনুমানৰ নেজ বিন্দু পৰিমাণো আতৰাবলৈ অক্ষম হৈছিল।অৱশেষত ভীম নিজ বাহুবলৰ অহংকাৰ পৰিত্যাগ কৰি হনুমানৰ শৰণাপন্ন হৈছিল।
*[[অৰ্জুন]] নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্রয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায়সহায়তা লোৱাৰ প্রয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুনঅৰ্জুনক অনুৰূপ সেতু বন্ধনৰ বাবে অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্রয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।
 
==তথ্যসূত্ৰ==
{{reflist}}
"https://as.wikipedia.org/wiki/হনুমান"ৰ পৰা অনা হৈছে