ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
5 নং শাৰী:
[[বিষেণ সিং বেদী]] (বাওঁহতীয়া স্পীনাৰ)ৰ দৰে খেলুৱৈৰ অৱদানত দলটো ক্ৰমে শক্তিশালী হবলৈ আৰম্ভ কৰে। সাধাৰণতে ঘৰুৱা খেলপথাৰত শক্তিশালী কিন্তু বাহিৰত দুৰ্বল দলটোৰ প্ৰদৰ্শন একবিংশ শতিকাৰ পৰাহে, [[অষ্ট্ৰেলিয়া]], [[ইংলেণ্ড]] আৰু [[দক্ষিণ আফ্ৰিকা]]ত টেষ্ট মেচ জয়েৰে, উন্নত হবলৈ আৰম্ভ কৰে। বৰ্তমানলৈকে দলটোৱে দুবাৰকৈ [[বিশ্বকাপ ক্ৰিকেট]]ত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে – ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত [[মহেন্দ্ৰ সিং ধোনি]]ৰ নেতৃত্বত। ২০১১ চনত বিশ্বকাপ জয়েৰে, [[ৱেষ্ট ইণ্ডিছ]] আৰু [[অষ্ট্ৰেলিয়া]]ৰ পাছত একাধিকবাৰ বিশ্বকাপ জয়ী, আৰু ঘৰতে বিশ্বকাপ জয়কৰা প্ৰথম দলৰূপে পৰিগণিত হয়। ধোনিৰ নেতৃত্বত ভাৰতে ২০০৭ চনত [[আই চি চি বিশ্ব টুৱেণ্টি২০]] আৰু ২০১৩ চনত [[আইচিচি চেম্পিয়ঞ্চ ট্ৰফী]] জয় কৰে। ২০০২ চনত ভাৰতে [[শ্ৰীলংকা]]ৰ লগত যুটীয়াকৈও আইচিচি চেম্পিয়ন ট্ৰফী জয় কৰিছিল।
 
২০১৫ চনৰ ১ মাৰ্চত, ভাৰতে ICCৰ তালিকাত টেষ্ট ক্ৰিকেটত সপ্তদশ স্থান আৰু এদিনীয়া তথা [[ টুৱেণ্টি২০|টি২০]]ত দ্বিতীয় স্থান লাভ কৰে। বৰ্তমান ভাৰত জাতীয় ক্ৰিকেট দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক [[বিৰাট কোহলি]] আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হৈছে [[মহেন্দ্ৰবিৰাট সিং ধোনিকোহলি]]
 
== বিশ্বকাপ ক্ৰিকেট দল, ২০১৫ ==