অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎পাৰিবাৰিক জীৱন: বানান শুধৰণি
37 নং শাৰী:
 
==পাৰিবাৰিক জীৱন==
১৯৬০ চনত ড° গুহই [[ধুবুৰী জিলা|ধুবুৰীৰ]] জীয়ৰী [[অণিমাঅনিমা গুহ]]ক (পূৰ্বত অণিমা দাস<ref name="janambhumi" />) বিয়া কৰায়। অণিমাঅনিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত বাস কৰে।<ref name="pratidin" />
 
==সাহিত্যিক কৰ্মৰাজি==