অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎পাৰিবাৰিক জীৱন: বানান শুধৰণি
No edit summary
1 নং শাৰী:
{{Infobox person
|bgcolour = silver
|name = অমলেন্দু গুহ
|image =
|caption =
|birth_date = ৩০ জানুৱাৰী{{birth ১৯২৪date|1924|1|30}}
|birth_place = ইম্ফল, মণিপুৰ
|death_date = {{death date = ৭ মে'and ২০১৫age|2015|5|7|1924|1|30}}
|death_place = [[গুৱাহাটী]]
|occupation = কবি, সাহিত্যিক, ইতিহাসবিদ
| nationality = [[ভাৰত|ভাৰতীয়]]
| citizenship = ভাৰতীয়
| ethnicity =
| notableworks = প্লেণ্টাৰ্চ্ ৰাজ টু স্বৰাজ, তোমালৈ
| citizenship = ভাৰতীয়
| spouse = {{বিবাহ|[[অনিমা গুহ]]|1960}}
| language =
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks = প্লেণ্টাৰ্চ্ ৰাজ টু স্বৰাজ, তোমালৈ
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards =
| signature =
| signature_alt =
| website =
}}
'''ড°ড॰ অমলেন্দু গুহ''' (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) [[অসম]]ৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।<ref name="anandabazar">{{cite web | url=http://www.anandabazar.com/national/amalendu-guha-passes-away-1.143027 | title=Amalendu Guha Passed Away | publisher=Anandabazar Patrika | date=8 May 2015 | accessdate=12 মে' 2015}}</ref><ref name="assamkart">{{cite web | url=http://www.assamkart.com/new-releases/304/2/assamese/%E0%A6%A1%E0%A7%A6-%E0%A6%85%E0%A6%AE%E0%A6%B2%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A6%B9%E0%A7%B0-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A6%A6%E0%A7%8D%E0%A6%AF-%28Dr-Amalendu-Guhar-Kobita-Aaru-Gadya-%29-detail | title=ড০ড॰ অমলেন্দু গুহৰ কবিতা আৰু গদ্য | publisher=assamkart.com | accessdate=12 মে' 2015}}</ref>
 
==জন্ম আৰু শিক্ষা==
ড°ড॰ গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান [[বাংলাদেশ]]ৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰিবলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে [[ইম্ফল]]ত জন্মগ্ৰহণ কৰে।<ref name="pratidin">{{cite web | url=http://www.asomiyapratidin.in/article.php?date=08-05-2015&page=1&article=19.jpg&cid=137051#.VVMP0o6qqko | title=ইতিহাসৰ দিকপাল ড°ড॰ অমলেন্দু গুহৰ দেহাৱসান | publisher=অসমীয়া প্ৰতিদিন | date=৮ মে' ২০১৫ | accessdate=13 মে' 2015}}</ref> স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱসৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুচি আহে। তাত তেখেতে চিলভাৰ জুবিলী এংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়) ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজত আই.এ.ত নাম ভৰ্তি কৰি এবছৰ পঢ়ি পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰপৰাও বদলি হৈ তেখেতে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰি আই.এ.পৰীক্ষাত ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়া-শুনা কৰে। ১৯৪৫ত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক হয়। ১৯৪৭ত [[কলকাতা বিশ্ববিদ্যালয়]]ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ ১৯৪৮ত তেখেতে তেজপুৰৰ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।<ref name="janambhumi">{{cite web | url=http://www.dainikjanambhumi.co.in/8may/index.php?q=10 | title=অমলেন্দু গুহ | publisher=Dinik Janambhumi | date=8 মে' 2015 | accessdate=14 মে' 2015 | pages=1, 10}}</ref> তেখেতে দিল্লীৰ ''স্কুল অৱ ইন্টাৰনেচনেলইণ্টাৰনেচনেল ষ্টাডিজ''ত বিংশ শতিকাৰ [[আফগানিস্তান]]ৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।<ref name="anandabazar" /> তেখেতে পুণেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ বুৰঞ্জী সন্মিলন আৰু [[শিৱসাগৰ]]ত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।<ref name="assamkart" />
 
==পাৰিবাৰিক জীৱন==
১৯৬০ চনত ড°ড॰ গুহই [[ধুবুৰী জিলা|ধুবুৰীৰ]] জীয়ৰী [[অনিমা গুহ]]ক (পূৰ্বত অনিমা দাস<ref name="janambhumi" />) বিয়া কৰায়। অনিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ত বাস কৰে।<ref name="pratidin" />
 
==সাহিত্যিক কৰ্মৰাজি==
ড° ড॰ গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্স্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা বৃটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বাংলাবঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বাংলাবঙালী কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই।<ref name="pratidin" /><ref name="anandabazar" /><ref name="assamkart" />
*Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*Medieval and Colonial Assam: Society, Polity And Economy- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
*গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
*অসমৰ ইতিহাস: অধ্যয়ণঅধ্যয়ন আৰু ৰচনা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
*তোমালৈ- অসমীয়া কবিতা পুথি
*লুইত পাৰেৰ গাথা- বাংলাবঙালী কবিতা পুথি
 
==সন্মান আৰু স্বীকৃতি==
অসম সাহিত্য সভাই গুহক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।<ref name="anandabazar" /> তেখেতে [[অসম চৰকাৰ]]ৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।<ref name="assamkart" />
 
==তথ্যসূত্ৰ==
==তথ্য সূত্ৰ==
{{reflist}}
 
<!-- জনমভূমিৰ লিংক
<ref name="janambhumi">{{cite web | url=http://www.dainikjanambhumi.co.in/8may/index.php?q=10 | title=অমলেন্দু গুহ | publisher=Dinik Janambhumi | date=8 মে' 2015 | accessdate=14 মে' 2015 | pages=1, 10}}</ref>
-->
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
 
[[শ্ৰেণী:মৃত ব্যক্তি]]
 
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমৰ ইতিহাসবিদ]]
[[শ্ৰেণী:অসমৰ ব্যক্তি]]