সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অNo edit summary |
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{Infobox cricketer
|name=সুনীল গাভাস্কাৰ
Line 92 ⟶ 91:
|date=৫ চেপ্তেম্বৰ
|year=২০০৮}}
'''সুনীল মনোহৰ গাভাস্কাৰ''' ({{Lang-en|Sunil Manohar Gavaskar}}; জন্ম: ১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ। ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন। নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল। দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ [[শচীন তেণ্ডুলকাৰ|শচীন তেণ্ডুলকাৰে]] অতিক্ৰম কৰে। টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন আৰু বৰ্তমান টেষ্ট ক্ৰিকেটত ১০০০০ ৰাণ কৰা ১৩জন খেলুৱৈৰ ভিতৰত তেওঁ ১২ নম্বৰ স্থানত আছে। ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল। উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] [[পদ্মশ্ৰী]] আৰু [[পদ্মভূষণ]] সন্মানেৰে সন্মানীত কৰিছে।
দ্ৰুত বলিঙৰ বিপৰীতত গাভাস্কাৰে ব্যৱহাৰ কৰা কৌশলসমূহৰ বাবে সদায় উচ্চ প্ৰশংসিত হৈ আছে।
সপ্তম [[ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ|ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ]] বাবে [[উচ্চতম ন্যায়ালয়|উচ্চতম ন্যায়ালয়ে]] ২০১৪ চনৰ ২৮ মাৰ্চত বি চি চি আইৰ অস্থায়ী সভাপতি হিচাপে নিয়োগ কৰিছিল। লগতে ক্ৰিকেট ধাৰভাষ্যকাৰ পদৰ পৰাও অব্যহতিৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।
==ঘৰুৱা অভিষেক==
তেখেতৰ জন্ম মুম্বাইত। ছেণ্ট জেভিয়াৰ্ছ হাইস্কুলৰ ছাত্ৰ গাভাস্কাৰ স্কুলৰ হৈ খেলোঁতে ১৯৬৬ চনত ভাৰতৰ শ্ৰেষ্ঠ ছাত্ৰ ক্ৰিকেটাৰ আছিল। মাধ্যমিক শিক্ষাৰ শেষৰ বৰ্ষত লণ্ডন স্কুলবয়জৰ বিৰুদ্ধে এটা শতক কৰাৰ আগত বিদ্যালয়ৰ ক্ৰিকেটত গাভাস্কাৰে ২৪৬ (অপৰাজিত),২২২ আৰু ৮৫ ৰাণ কৰিছিল। তেওঁ বম্বেৰ প্ৰতিষ্ঠিত ছেণ্ট জেভিয়াৰ্ছ প্ৰাক্তন ছাত্ৰ হিচাপে ১৯৬৮/৬৯ বৰ্ষত কৰ্ণাটকৰ বিৰুদ্ধে প্ৰথম আত্মপ্ৰকাশ কৰে।
১৯৭০/৭১ চনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত যোৱা ভাৰতীয় দলটোত স্থান লাভ কৰা এজন খেলুৱৈ হ'ল সুনীল গাভাস্কাৰ।<ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref><ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
==সাহিত্য কৰ্মৰাজি==
গাভাস্কাৰে আত্মজীৱনীৰ লগতে চাৰিখন ক্ৰিকেট বিষয়ক কিতাপ লিখিছিল।
* ''Sunny Days: An Autobiography'', ১৯৭৬
* ''Idols'', ১৯৮৩
* ''Runs 'n' Ruins'', ১৯৮৪
* ''One Day Wonders'', ১৯৮৬
==তথ্যসূত্ৰ==
{{reflist
==বাহ্যিক সংযোগ==
* {{Commons category inline|Sunil Gavaskar|সুনীল গাভাস্কাৰ}}
* {{ESPNcricinfo|id=28794}}
* [http://www.rediff.com/sports/sunny.htm [[:en:rediff|ৰেডিফ]] পৃষ্ঠাত সুনীল গাভাস্কাৰ]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় ক্ৰিকেটাৰ]]
[[শ্ৰেণী:অৰ্জুন বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
|