কালী-পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox holiday |holiday_name = কালী পূজা |image = Maa Kali Barasat Roy Chowdhury Bari.jpg |image_size = 250px |caption = ৰায় চৌধ...
 
No edit summary
1 নং শাৰী:
{{Infobox holiday
|holiday_name = কালী পূজা
|image = MaaGoddess Kali BarasatBy RoyPiyal Chowdhury BariKundu1.jpg
|image_size = 250px
|caption = ৰায়পশ্চিম চৌধুৰীবংগৰ ভৱনতনৈহাটিত কালী পূজা
|nickname =
|observedby = [[হিন্দু]]সকল
|date = [[কাতি মাহ]]ৰ অমাৱস্যা তিথি
11 নং শাৰী:
|type = হিন্দু উৎসৱ
|longtype = হিন্দু উৎসৱ
|significance =
|date2020 = ১৪ নৱেম্বৰ
|frequency = বাৰ্ষিক
}}
'''কালী পূজা''' বা '''শ্যামা পূজা'''<ref>http://www.diwalifestival.org/regional-names-diwali.html</ref> হিন্দু দেৱী [[কালী]]ৰ প্ৰতি উৎসৰ্গিত [[ভাৰতীয় উপমহাদেশতউপমহাদেশ]]ত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ [[ভাৰত]]ৰ [[পশ্চিম বংগ]], [[অসম]], [[ত্ৰিপুৰা]], [[ওড়িশা]], [[বিহাৰ]]ৰ মিথিলা অঞ্চল আৰু [[মহাৰাষ্ট্ৰ]]ৰ তিতৱালা চহৰ আৰু [[বাংলাদেশ]]ত পালন কৰা হয়।<ref name = MK72>McDermott and Kripal p.72</ref> এইদিনা ভাৰতৰ আন অঞ্চলত [[লক্ষ্মী পূজা]] আৰু [[দেৱালী]] অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদযাপন হোৱা দেখা যায়।
 
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
 
==বাহ্যিক সংযোগ==
* {{commons category inline|Kali Puja|কালী পূজা}}
* [https://www.bengalifestivalstimedate.club/2018/10/kali-puja-2019-time-and-date-diwali.html ভাৰত আৰু বাংলাদেশত উদযাপিত কালী পূজা]
 
{{commons category|Kali Puja|কালী পূজা}}
[[শ্ৰেণী:হিন্দুধৰ্মৰ উৎসৱসমূহ]]
[[শ্ৰেণী:ভাৰতৰ উৎসৱসমূহ]]
"https://as.wikipedia.org/wiki/কালী-পূজা"ৰ পৰা অনা হৈছে