বিজয়া দশমী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''বিজয়া দশমী''' হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰৰ ৭ম মাহ আশ্বিন (আহিন) মাহৰ দশম দিনটোত পালন কৰা হয়, ই সাধাৰণতে গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পৰে। দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। এই দিনা মহিলাসকলে সেন্দুৰ খেলে আৰু মা দুৰ্গাক বিসৰ্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয়।
{{merge|দুৰ্গা পূজা}}
দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। এই দিনা মহিলাসকলে সেন্দুৰ খেলে আৰু মা দুৰ্গাক বিসৰ্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয়।
 
[[শ্ৰেণী:ভাৰতৰ উৎসৱসমূহ]]