লক্ষ্মী-পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox holiday |holiday_name = লক্ষ্মী পূজা |type = Hindu |longtype = হিন্দু |image = Lakshmi on Alpan...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
No edit summary
1 নং শাৰী:
{{Infobox holiday
|holiday_name = লক্ষ্মী পূজা
|type = Hindu
|longtype = হিন্দু
|image = Lakshmi on Alpana.JPG
|caption = আল্পনাৰ ওপৰত দেৱী [[লক্ষ্মী]]ৰ প্ৰতিমা
|official_name =
|nickname =
|observedby = হিন্দু ধৰ্মাৱলম্বী সকল
|date = কাৰ্তিক অমাৱস্যা<br>[[শাৰদ পূৰ্ণিমা|শাৰদীয় পূৰ্ণিমা]] (পূব ভাৰত)
|ends =
|celebrations = পূজা, প্ৰাৰ্থনা, মিঠাই-উপহাৰ বিতৰণ, আতচবাজী
|observances =
|relatedto = [[দেৱালী]]<br>[[কালী পূজা]]
|frequency= বাৰ্ষিক
}}
'''লক্ষ্মী পূজা''' ({{Lang-sa|लक्ष्मी पूजन}}) হিন্দু ধৰ্মাৱলম্বী সকলে পালন কৰা দেৱী [[লক্ষ্মী]]ৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী [[বিক্ৰম সংবৎ|বিক্ৰম সংগবত]]ৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ [[পশ্চিম বংগ]], [[অসম]], [[ওড়িশা]], [[ত্ৰিপুৰা]] আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিক ভাবে [[শাৰদ পূৰ্ণিমা]] অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মী পূজা পালন কৰে। কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মী পূজা [[দেৱালী]]ৰ তৃতীয় দিনা উদযাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এই দিনা পূব ভাৰতৰ অঞ্চল সমূহত [[কালী পূজা]] অনুষ্ঠিত হয়।<ref>{{cite web|url=http://calendar-panchang.com/2017-marathi-calendar-panchang/1/ |title=2017 Marathi Panchang Calendar|accessdate=2016-10-22}}</ref>
 
[[লক্ষ্মী|লক্ষ্মী দেৱী]] হিন্দু সকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান [[বিষ্ণু]] ভাৰ্যা। জন বিশ্বাস মতে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্রকাৰৰপ্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্ত সকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।
'''লক্ষ্মী পূজা''' ([[সংস্কৃত ভাষা|<সংস্কৃত]]: लक्ष्मी पूजन, [[IAST]]: Lakṣmī Pūjāna) হিন্দু ধৰ্মাৱলম্বী সকলে পালন কৰা দেৱী [[লক্ষ্মী]]ৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী [[বিক্ৰম সংবৎ|বিক্ৰম সংগবত]]ৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ [[পশ্চিম বংগ]], [[অসম]],
[[ওড়িশা]], [[ত্ৰিপুৰা]] আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিক ভাবে [[শাৰদ পূৰ্ণিমা]] অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মী পূজা পালন কৰে। কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মী পূজা [[দেৱালী]]ৰ তৃতীয় দিনা উদযাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এই দিনা পূব ভাৰতৰ অঞ্চল সমূহত [[কালী পূজা]] অনুষ্ঠিত হয়।<ref>{{cite web|url=http://calendar-panchang.com/2017-marathi-calendar-panchang/1/ |title=2017 Marathi Panchang Calendar|accessdate=2016-10-22}}</ref>
 
[[লক্ষ্মী|লক্ষ্মী দেৱী]] হিন্দু সকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান [[বিষ্ণু]]র ভাৰ্যা। জন বিশ্বাস মতে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্রকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্ত সকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।
 
পূব ভাৰতত আহিন মাহৰ [[দুৰ্গা পূজা]]ৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত হয়। এই পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। সধবা তিৰোতায়ে এইদিনা চাউলৰ গুৰি আৰু অবিৰেৰে আল্পনা আঁকি লক্ষ্মী পূজা পাতে। লক্ষ্মী পূজাত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মী পূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতি বাৰে লক্ষ্মী দেৱৰ পূজা অনুষ্ঠিত কৰে।
Line 27 ⟶ 25:
 
==বাহ্যিক সংযোগ==
* {{Commons category inline|Lakshmi Puja|লক্ষ্মী পূজা}}
* [https://web.archive.org/web/20131013213551/http://www.lokakshemayagna.org/activitiestrust/157-raja-mathangi-sahita-ashta-lakshmi-deepa-puja অষ্ট লক্ষ্মী দীপ পূজা]
 
{{হিন্দু ধৰ্মৰ উৎসৱসমূহ}}
 
[[শ্ৰেণী:হিন্দুধৰ্মৰ উৎসৱসমূহ]]
[[শ্ৰেণী:ভাৰতৰ উৎসৱসমূহ]]