ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3,455 বাইট যোগ দিয়া হ’ল ,  11 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(নতুন পৃষ্ঠা: left|60px {{shortcut|WP:WEL|WP:WELCOME}} অসমীয়া ৱিকিপিডিয়...)
 
No edit summary
[[Image:Contactus-wmcolors.svg|left|60px]]
{{shortcut|WP:WEL|WP:WELCOME}} [[অসমীয়া ভাষা|অসমীয়া]] ৱিকিপিডিয়ালৈ[[ৱিকিপিডিয়া]]লৈ আপোনাক আদৰণি জনাইছোঁ ।
[[Image:welcomebanner.gif|375px]]
 
'''ৱিকিপিডিয়া''' হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলক, বহুভাষিক [[বিশ্বকোষ]] । বিশ্বৰ বিভিন্ন ঠাইৰ [[ৱিকিপিডিয়ান|স্বেচ্ছাসেৱকে]] নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।
 
==আপুনি যদি এজন পঢ়ুৱৈ==
আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰৱন্ধৰ সোৱাদ ল'ব পাৰে ।
 
;নির্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান
আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰৱন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা '''অনুসন্ধান''' ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।
 
;অনির্দিষ্ট যিকোনো প্ৰৱন্ধ
অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰৱন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা '''যিকোনো প্ৰৱন্ধ''' সংযোগটোত ক্লিক কৰক ।
 
;বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান
নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰৱন্ধ চাব খুজিলে বেটুপাতৰ '''[[সাঁচ:বেটুপাতৰ বিস্তৃত সূচী|বিষয়সূচী]]'''লৈ যাওক ।
 
;মন্তব্য কৰিবলৈ
যদি আপুনি কোনো প্ৰৱন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰৱন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।