কহিনুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ;
 
1 নং শাৰী:
{{Infobox diamond
| name = Koh-i-Noorকহিনুৰ
| image = Replica =of the Koh-i-Noor old version copy(cropped).jpg
| caption = কহিনুৰৰ প্ৰতিলিপি
| caption = Glass replica of the Koh-i-Noor Diamond after its first cut. From the [[Reich der Kristalle]] museum in [[Munich]].
| weight = ১০৫.৬০২ কেৰেট (২১.১২০৪ গ্ৰাম)
| weight = {{convert|186+1/16|carat|g}}
| colour = finest white
| cut =
| mine = Nemalipuri, Nalgonda(Nilagiri), Andhra Pradesh State
| country = [[ভাৰত]]
| cutter = Hortenso Borgia
| found =
| owner = Part of the [[British Crown Jewels]]
| value =
}}
'''কহিনুৰ''' এক বিখ্যাত, ঐতিহাসিক হীৰা ৷হীৰা। বৰ্তমান ২১.১২ গ্ৰাম (১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিলকৰিছিল। ৷কহিনুৰককহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় ৷যায়। তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল ৷নাছিল। দিল্লীত গিয়াছুদ্দিন টোগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘ খানে দাক্ষিণাত্য অভিযান চলায় আৰু বহু মূল্যৱান মণি-মুকুতাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ যায়৷যায়। তাৰ পাছৰ পৰা এই হীৰা দিল্লীৰ শাসকৰ সম্পত্তিত পৰিণত হয় আৰু ১৫২৬ চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে ৷আহে। বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল -সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন ৷ধন। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাই লৈছিল ৷লৈছিল। ১৭৩৯ চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন-সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনখনো পাৰস্যলৈ লৈ যায় ৷যায়। দৰাচলতে ১৭৩৯ চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে ৷আহিছে। ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালিৰ হাতলৈ আহেআহে। ৷১৮৩০১৮৩০ চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ চুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাবৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰেকৰে। ৷১৮৪৯১৮৪৯ চনত পঞ্জাব ইংৰাজৰ অধীনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে ৷আহে। ১৮৫১ চনত ৰঞ্জিত সিংহৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে ৷কৰে। ১৯৩৬ চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে (পাছত ৰাণী মাতৃ নামেৰে পৰিচিত) সেই মুকুট পৰিধান কৰে ৷কৰে। ২০০২ চনত,তেওঁৰ কফিনৰ ওপৰত এই হীৰাকো সংযুক্ত কৰা হয় ৷হয়। এতিয়া ই ʼটাৱাৰ অব লণ্ডনʼত সংৰক্ষিত অৱস্থাত আছে ৷আছে।<ref>বিশ্ব ঐতিহ্য, [[শান্তনু কৌশিক বৰুৱা]], পৃষ্ঠা নং ৪৯,৫০</ref>
 
==তথ্যসংগ্ৰহ==
'''কহিনুৰ''' এক বিখ্যাত, ঐতিহাসিক হীৰা ৷ বৰ্তমান ২১.৬ গ্ৰাম(১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল ৷কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় ৷ তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল ৷ দিল্লীত গিয়াছুদ্দিন টোগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘ খানে দাক্ষিণাত্য অভিযান চলায় আৰু বহু মূল্যৱান মণি-মুকুতাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ যায়৷ তাৰ পাছৰ পৰা এই হীৰা দিল্লীৰ শাসকৰ সম্পত্তিত পৰিণত হয় আৰু ১৫২৬ চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে ৷ বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল -সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন ৷ মোগল সম্ৰাট ছাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাই লৈছিল ৷ ১৭৩৯ চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন-সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনখনো পাৰস্যলৈ লৈ যায় ৷ দৰাচলতে ১৭৩৯ চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে ৷ ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালিৰ হাতলৈ আহে ৷১৮৩০ চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ চুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাবৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰে ৷১৮৪৯ চনত পঞ্জাব ইংৰাজৰ অধীনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে ৷ ১৮৫১ চনত ৰঞ্জিত সিংহৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে ৷ ১৯৩৬ চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে (পাছত ৰাণী মাতৃ নামেৰে পৰিচিত) সেই মুকুট পৰিধান কৰে ৷ ২০০২ চনত,তেওঁৰ কফিনৰ ওপৰত এই হীৰাকো সংযুক্ত কৰা হয় ৷ এতিয়া ই ʼটাৱাৰ অব লণ্ডনʼত সংৰক্ষিত অৱস্থাত আছে ৷<ref>বিশ্ব ঐতিহ্য,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ৪৯,৫০</ref>
 
 
 
 
==তথ্য&nbsp;সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:সামগ্ৰী]]
[[শ্ৰেণী:বিখ্যাত হীৰা]]
[[শ্ৰেণী:ব্ৰিটিছ শাসিত ভাৰত]]
"https://as.wikipedia.org/wiki/কহিনুৰ"ৰ পৰা অনা হৈছে