কালী-পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
পূব আৰু উত্তৰ-পূব ভাৰতত কালীকুল শাক্ত বিশ্বাস প্ৰভাৱশালী। সেয়ে এই অঞ্চলত কমলতমিকাৰ মূল দেৱী মহাকালী পূজা কৰা হয়। পিছলৈ এই দিন কালীপূজাৰ ৰূপ লাভ কৰে।
 
==ইতিহাস==
[[File:Artisan making an idol of goddess Kali, kumortuli, 2017.jpg|thumb|right|[[কলকাতা]]ৰ কুমাৰতলিত খনিকৰে প্ৰস্তুত কৰি থকা [[কালী] প্ৰতিমা]]
কালীপূজা প্ৰাচীন পূজা নহয়। ষোড়শ শতাব্দীৰ আগতে কালীপূজাৰ উল্লেখ পোৱা নাযায়। বিখ্যাত ঋষি কৃষ্ণানন্দ আগমবাগীশে প্ৰথম কালীপূজা আৰম্ভ কৰিছিল। তদুপৰি সপ্তদশ শতাব্দীৰ শেষৰ ফালৰ বলৰামৰ ভক্তিমূলক গ্ৰন্থ কালিকা মঙ্গলকাব্যত এটি বাৰ্ষিক উৎসৱৰ কথা উল্লেখ পোৱা যায়।<ref>McDermott p. 373</ref> অষ্টাদশ শতিকাত পশ্চিম বংগৰ নাদিয়াৰ কৃষ্ণনগৰৰ ৰজা কৃষ্ণচন্দ্ৰইয়ে এই পূজা জনপ্ৰিয় কৰে।<ref name="MK72" /> ঊনবিংশ শতাব্দীত কৃষ্ণচন্দ্ৰৰ নাতি ঈশ্বৰচন্দ্ৰ আৰু বাঙালি অভিজাতসকলৰ মাজত কালীপূজা জনপ্ৰিয়তা লাভ কৰে। ধনী জমিদাৰসকলে এই উৎসৱৰ পৃষ্ঠপোষকতা আৰম্ভ কৰিছিল।<ref>McDermott p. 173</ref> [[দুৰ্গা পূজা]]ৰ সৈতে কালী পূজা হৈছে বংগ আৰু [[অসম]] আটাইতকৈ ডাঙৰ শাক্ত উৎসৱ।<ref>McDaniel p. 223</ref>
 
==পূজা==
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
"https://as.wikipedia.org/wiki/কালী-পূজা"ৰ পৰা অনা হৈছে