চেৰাউ নৃত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
10 নং শাৰী:
|origin = [[ভাৰত]]
}}
'''[https[://en.wikipedia.org/wiki/Cheraw_dance#cite_note-1:Cheraw dance|চেৰাউ নৃত্য]]''' [[মিজোৰাম]]ৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য ৷ বাঁহৰ সৈতে নচা এই নৃত্যবিধ '''বাঁহ নৃত্য''' বুলিও জনপ্ৰিয় ৷ ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য ৷ মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে ৷মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে ৷<ref> http://www.onlytravelguide.com/mizoram/arts-crafts/cheraw-dance.php </ref>
 
চেৰাও নৃত্যত সাধাৰণতে ছয়ৰ পৰা আঠজন লোকে মাটিত দীঘল কেঁচা বাঁহ স্থাপন কৰে আৰু তাৰ ওপৰত দূডাল বাঁহ দুজনে দুইমুৰত ধৰে। পুৰুষ শিল্পীসকলে ছন্দোবদ্ধভাৱে বাঁহেৰে চাপৰ মাৰে, আনহাতে মহিলা নৃত্যশিল্পীৰ দলবোৰে বাঁহবোৰৰ মাজে মাজে ছন্দোবদ্ধ পদক্ষেপত নাচে। ই হৈছে মিজোৰামৰ আটাইতকৈ বিখ্যাত আৰু সুন্দৰ নৃত্য, আৰু এই নৃত্য উৎসৱৰ সময়ত এক আকৰ্ষণৰ কেন্দ্ৰ হয়। ফিলিপিন্সে দেশত একে ধৰণৰ নৃত্য দেখা যায়