চেৰাউ নৃত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox dance
|title = চেৰাউ নৃত্য
|image = Cheraw jampui.jpg
|alt =
|caption = Mizoচেৰাউ girls dancing the Cheraw danceনৃত্য
|genre = [[Folk dance|লোকনৃত্য]]
|signature =
|inventor =
|year =
|origin = [[ভাৰত]]
}}
'''[[:en:Cheraw dance|চেৰাউ নৃত্য]]''' ({{Lang-en|Cheraw dance}}) [[মিজোৰাম]]ৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য। বাঁহৰ সৈতে নচা এই নৃত্যবিধ '''বাঁহ নৃত্য''' বুলিও জনপ্ৰিয়। ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য। মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে। মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে।<ref> http://www.onlytravelguide.com/mizoram/arts-crafts/cheraw-dance.php </ref>
 
চেৰাও নৃত্যত সাধাৰণতে ছয়ৰ পৰা আঠজন লোকে মাটিত দীঘল কেঁচা বাঁহ স্থাপন কৰে আৰু তাৰ ওপৰত দূডাল বাঁহ দুজনে দুইমুৰত ধৰে। পুৰুষ শিল্পীসকলে ছন্দোবদ্ধভাৱে বাঁহেৰে চাপৰ মাৰে, আনহাতে মহিলা নৃত্যশিল্পীৰ দলবোৰে বাঁহবোৰৰ মাজে মাজে ছন্দোবদ্ধ পদক্ষেপত নাচে। ই হৈছে মিজোৰামৰ আটাইতকৈ বিখ্যাত আৰু সুন্দৰ নৃত্য, আৰু এই নৃত্য উৎসৱৰ সময়ত এক আকৰ্ষণৰ কেন্দ্ৰ হয়। ফিলিপিন্সে দেশত একে ধৰণৰ নৃত্য দেখা যায়
যি ''টিনিক্লিং'' নামেৰে বিখ্যাত। ২০১০ চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছিল, যেতিয়া এক বৃহৎ সংখ্যক চেৰাউ নৃত্যশিল্পীয়ে একে সময়তে একেলগে নৃত্য কৰিছিল।
 
==ইতিহাস==
বিশ্বাস কৰা হয় যে চেৰাও নৃত্যৰ উদ্ভৱ হৈছিল ১ম শতিকাৰ আৰম্ভণিতে। প্ৰাচীন কালত চেৰাও নৃত্য এক ৰীতি হিচাপে নৱজাতক সন্তানক পৃথিৱীত এৰি যোৱা মৃত মাতৃৰ আত্মাক সান্ত্বনা প্ৰদান কৰিবলৈ পৰিবেসন কৰা হৈছিল।
 
অৱশ্যে,এই পাৰম্পৰিক বিশ্বাসবোৰ এতিয়া লোপ পাইছে আৰু চেৰাও নৃত্য যথেষ্ট প্ৰসাৰিত হৈছে। দৰাচলতে এই নৃত্যটো প্ৰতিটো অনুষ্ঠানতে মিজৰামবাসিসকলে পৰিবেসন কৰে।

==তথ্যসূত্ৰ==
{{reflist}}
==বাহ্যিক সংযোগ==
{{commons category|Cheraw dance|চেৰাউ নৃত্য}}
* [http://mizotourism.nic.in/index.htm Mizoram Tourism]
* [http://www.mapsofindia.com/mizoram/culture/cheraw-dance.html mapsofindia.com]
 
[[শ্ৰেণী:ভাৰতৰ নৃত্য]]