হনুমান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

372 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ)
No edit summary
{{refimprove}}
{{Infobox deity
| type = হিন্দু
| caption = হনুমানৰ শিলা মূৰ্তি
| Devanagari = हनुमान्
| Sanskrit_Transliteration = <!-- {{IAST|Hanumān}} -->
| affiliation = ৰামভক্ত [[বৈষ্ণৱধৰ্মবৈষ্ণৱ ধৰ্ম]]
| god_of = ভক্তি
| abode = কদলীবন
| mantra = হং হনুমতে ৰুদ্ৰাত্মকায় হুং ফট্ হনুমতে নমঃ
| weapon = [[গদা]]
| texts = [[ৰামায়ণ]], [[ৰামচৰিতমানস]], [[হনুমান চালিশা]]
| parents = [[পৱন (দেৱতা)|পৱন]], [[অঞ্জনা]]/অঞ্জনি<ref name="Williams2008p146">{{cite book|author=George M. Williams|title=Handbook of Hindu Mythology|url=https://books.google.com/books?id=N7LOZfwCDpEC&pg=PA146 |year=2008|publisher=Oxford University Press|isbn=978-0-19-533261-2|pages=146–148}}</ref>
| father = [[পৱন (দেৱ)]]
| mother = [[অঞ্জনা]] /অঞ্জনি<ref name="Williams2008p146"/>
| consort = [[শুভৰচলা]]
| mount =
}}
'''হনুমান''' ({{lang-sa|हनुमान}}) [[হিন্দু ধৰ্ম|হিন্দু]] শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ [[ৰামায়ণ|ৰামায়ণত]] হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান [[বিষ্ণু|শ্ৰীবিষ্ণুৰ]] সপ্তম অৱতাৰ [[ৰাম|শ্ৰীৰামৰ]] পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া [[সূৰ্য|সূৰ্যক]] ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।
[[চিত্ৰ:Hanuman Mistakes the Sun for a Fruit.jpg|thumb|সূৰ্যক ভক্ষণ কৰাৰ অভিলাষত হনুমান]]
 
==মহাভাৰত গ্ৰন্থত হনুমানৰ বৰ্ণিত কাহিনী==
[[চিত্ৰ:Hanuman Mistakes the Sun for a Fruit.jpg|thumb|left|upright|সূৰ্যক ভক্ষণ কৰাৰ অভিলাষত হনুমান]]
হনুমান অমৰত্ব প্ৰাপ্ত কৰিছিল গতিকে তেওঁ অমৰ। ফলস্বৰূপ [[মহাভাৰত]] ধৰ্মগ্ৰন্থত হনুমানৰ উপস্থিতি পৰিলক্ষ্যিত হয়। উল্লেখনীয় যে উক্ত ধৰ্মগ্ৰন্থত হনুমানক শান্ত, জ্ঞানী তথা অভিজ্ঞ বুলি প্ৰকাশ কৰা হৈছে।
 
*[[ভীম]] নিজ বাহুবলৰ অত্যন্ত অহংকাৰ কৰিছিল। ভীমৰ অহংকাৰ চূৰ্ণ কৰাটোৱে আছিল হনুমানৰ মূল উদ্দেশ্য। পাণ্ডবৰ অজ্ঞাতবাসৰ সময়ত হনুমান এদিন অসুস্থ তথা বৃদ্ধৰ বেশত ভীমৰ পথৰুদ্ধ কৰি শুই আছিল। ভীম তেওঁক অতিক্ৰম কৰাৰ প্ৰচেষ্টা কৰাৰ সময় হনুমান তেওঁক নেজ আঁতৰাই নিজ গন্তব্য স্থানত যোৱাৰ আদেশ কৰছিল। ভীম নিজ বাহুবল প্ৰয়োগ কৰি হনুমানৰ নেজ বিন্দু পৰিমাণো আতৰাবলৈ অক্ষম হৈছিল। অৱশেষত ভীম নিজ বাহুবলৰ অহংকাৰ পৰিত্যাগ কৰি হনুমানৰ শৰণাপন্ন হৈছিল।
*[[অৰ্জুন]] নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্ৰয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায়তা লোৱাৰ প্ৰয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুনক অনুৰূপ সেতু বন্ধনৰ বাবে অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্ৰয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।
 
*[[অৰ্জুন]] নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্ৰয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায়তা লোৱাৰ প্ৰয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুনক অনুৰূপ সেতু বন্ধনৰ বাবে অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্ৰয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।
 
==তথ্যসূত্ৰ==
{{reflist}}
{{হিন্দুধৰ্মৰ দেৱ দেৱী আৰু ধৰ্মগ্ৰন্থ}}
{{ৰামায়ণ|state=collapsed}}
 
[[শ্ৰেণী:হিন্দুধৰ্মৰ দেৱ দেৱী]]
[[শ্ৰেণী:ৰামায়ণৰ চৰিত্ৰ]]
25,725

টা সম্পাদনা