তৰুণ চন্দ্ৰ পামেগাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
'''তৰুণ চন্দ্ৰ পামেগাম''' [[অসমীয়া ভাষা|অসমীয়া]] তথা [[মিচিং ভাষা]]ত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।<ref name=":0">’তৰুণ চন্দ্ৰ পামেগামৰ জীৱন আৰু সাহিত্যকৰ্ম’- ভানু দলে; প্ৰান্তিক ১ ছেপ্টেম্বৰ ২০২০; পৃষ্ঠা ৩৩-৩৪</ref> তেওঁ অসম চৰকাৰৰ মিচিং সমাজৰ পৰা প্ৰথম সাহিত্যিক পেন্সন পোৱা ব্যক্তি৷ ১৯৭৪ চনৰ অসম সাহিত্য সভাৰ তেওঁ উপ-সভাপতিও আছিল।<ref name=":0" />
{{পোখালি}}
'''তৰুণ চন্দ্ৰ পামেগাম''' [[অসমীয়া ভাষা|অসমীয়া]] তথা [[মিচিং ভাষা]]ত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।<ref name=":0">’তৰুণ চন্দ্ৰ পামেগামৰ জীৱন আৰু সাহিত্যকৰ্ম’- ভানু দলে; প্ৰান্তিক ১ ছেপ্টেম্বৰ ২০২০; পৃষ্ঠা ৩৩-৩৪</ref> তেওঁ অসম সাহিত্য সভাৰ উপ-সভাপতিও আছিল।
 
== চমূ জীৱনী ==
Line 7 ⟶ 6:
পৰৱৰ্ত্তীকালত তেওঁ শ্বিলঙলৈ গৈ বায়ুসেনা বাহিনীত যোগ দিয়ে৷ প্ৰায় ডেৰবছৰ কাল তেওঁ মু্ম্বাই, লাহোৰ, আম্বালা আদিত কৰ্মৰত হৈ থাকি পুনৰ মাজুলীলৈ উভতি যায়৷ ১৯৪৪ চনত তেওঁ মাজুলীত জেংৰাইমুখ এম ই স্কুল প্ৰতিষ্ঠা কৰি শিক্ষকতা আৰম্ভ কৰে৷ এই সময়ছোৱাতে তেওঁ ১৯৪৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷<ref name=":0" />
 
১৯৪৫ চনৰ পতা প্ৰায় তিনিবছৰ ধৰি পামেগামে ’আৰোহণ নামৰ এখন তিনিমহীয়া আলোচনী সম্পাদনা কৰিবলৈ লয়৷<ref name=":0" /> ১৯৫২ চনত তেওঁ গড়মূৰ সত্ৰৰ এম ই স্কুলত প্ৰধান শিক্ষক ৰূপে কাৰ্য নিৰ্বাহ কৰে৷ সেই সময়ছোৱাতে তেওঁ মাজুলী মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৫ চনত স্নাতক ডিগ্ৰীও লাভ কৰে৷<ref name=":0" />
 
১৯৫৩-৫৬ সময়ছোৱাত তেওঁ ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ তত্বাৱধানত মিচিং লোকগীত আৰু লোকসাধু সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে অসমৰ প্ৰায়বোৰ মিচিং গাওঁ ভ্ৰমণ কৰিছিল৷<ref name=":0" />
 
সাহিত্য চৰ্চাৰ লগতে তেওঁ মিচিং গীত কবিতাও ৰচনা কৰিছিল আৰু সুৰ দি নিজে গাইছিল৷ ১৯৫০ চনত ’কা:য়ুমনৌ অইয়া, চ:য়ুমবিতই (ধুনীয়াকৈ চেনেহীজনী, সুন্দৰকৈ নাচি দিয়া) শীৰ্ষক এটা স্বৰচিত মিচিং আধুনিক গীত শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ পৰা পোন প্ৰথম প্ৰচাৰিত হয়৷ তেওঁৰ গীতমূহ পৰৱৰ্ত্তী কালত ’তৰুণ চন্দ্ৰ পা:মেগা:মকৌ আনুনি:তম নামৰ এখন সংকলনত প্ৰকাশ পাইছে৷<ref name=":0" />
 
তৰুণ চন্দ্ৰ পামেগাম ১৯৮৯ চনত দুৰাৰোগ্য পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শিক্ষকতাৰ পৰা স্বেচ্ছাৰে অৱসৰ লয়৷ তেওঁৰ মৃত্যু১৯৮৩ হৈছিলচনৰ ১৯৮৩৩০ আগষ্টত তেওঁৰ মৃত্যু চনত।হয়।<ref name="/assam.org">{{cite web|url=https://assam.org/pages/some-great-assamese-last-1000-years|title=Some great Assamese in the last 1000 years|publisher=Assam Portal Online since 1997|accessdate=11 April 2020}}</ref>
 
==সাহিত্যিক অৱদান==