আম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{expand article}}
{{taxobox
|}}
'''আম''' ({{Lang-en|Mango}}, বৈজ্ঞানিক নাম: ''Mangifera indica'') হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে [[ভাৰত]]বৰ্ষ আৰু [[ফিলিপাইন]]ছৰ ৰাষ্ট্ৰীয় ফল আৰু [[বাংলাদেশ]]ৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।<ref name="bdnews24.com">[http://bdnews24.com/bangladesh/2010/11/15/mango-tree-national-tree Mango tree National Tree]</ref>
==নামকৰণ==
আমৰ ইংৰাজী নাম অৰ্থাৎ "mango" তামিল শব্দ ' ''māṅgai'' বা ''mankay' ''অথবা মালায়ালম শব্দ 'māṅga' শব্দৰ পৰা উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।<ref>[[Walter William Skeat]], [http://books.google.com/books?id=u2oPAAAAYAAJ&q=mango+tamil+etymology&dq=mango+tamil+etymology&hl=en&ei=77pPTojFFoOGrAfUpN2sAg&sa=X&oi=book_result&ct=result&resnum=3&ved=0CDUQ6AEwAjgK Notes on English etymology]</ref><ref>[http://www.britannica.com/EBchecked/topic/362003/mango Mango] at [[Encyclopaedia Britannica]]</ref><ref name="merriam-webster1">[http://www.merriam-webster.com/dictionary/mango Mango] [[Merriam Webster Dictionary]]. <br />''"Origin of mango: Portuguese manga, probably from Malayalam māṅga. First Known Use: 1582"''</ref><ref name="definition">{{cite web|url=http://oxforddictionaries.com/definition/mango |title=Definition for mango - Oxford Dictionaries Online (World English) |publisher=Oxforddictionaries.com |date= |accessdate=2012-06-17}}</ref>
==বিৱৰণ==
আম এবিধ বৃক্ষজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ৩৫-৪০ মিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গছবিধ বহুদিন জীয়াই থাকে। কিছুমান আমগছ ৩০০ বছৰ পৰ্যন্ত ফল ধাৰণ কৰিব পৰা অৱস্থাতে থকাৰো তথ্য পোৱা যায়। আমগছৰ পাত চিৰসেউজীয়া, সৰল আৰু alternate হয়। এটা পাত সাধাৰণতে দীঘলে ১৫-৩৫ ছে:মি: আৰু বহলে ৬-১৬ ছে:মি: হয়। কুমলীয়া পাতৰ বৰণ কমলা-গুলপীয়া। পুৰঠ হোৱাৰ লগে লগে এই ৰং সলনি হৈ গাঢ় ৰঙা হৈ সেউজীয়া হৈ পৰে। ফুলৰ দৈৰ্ঘ্য প্ৰায় ১০-৮০ ছে:মি: হয়। আমৰ ফলৰ বৰণ আৰু আকাৰ পুৰঠ হোৱাৰ লগে লগে সলনি হয়।
==আলোকচিত্ৰৰ ভঁৰাল==
<
File:Green Mango Rezowan.JPG|কেচা আম
File:Amor moli mango flower.jpg|thumb|আমে মলিয়াইছে
Image:Mango tree Kerala in full bloom.jpg|ভাৰতৰ কেৰালাত ফুল ফুলি থকা এজোপা আম গছ
</gallery>
==তথ্যসূত্ৰ==
{{Reflist
==লগতে চাওক==
Line 168 ⟶ 44:
==বাহ্যিক সংযোগ==
{{Wikispecies|Mangifera}}
{{Commons
* [http://www.horticultureworld.net/botany-taxonomy.htm#The%20Genus%20Mangifera Common Mango]
* [http://www.hort.purdue.edu/newcrop/morton/mango_ars.html Mango]
Line 176 ⟶ 52:
[[শ্ৰেণী:বৃক্ষ]]
[[শ্ৰেণী:
|