বামুণী হাঁহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
| status = LC
| status_system = IUCN3.1
| status_ref = <ref>{{IUCN|id=100600480 |title=''Aythya fuligula'' |assessors=[[BirdLife International]] |version=2012.1 |year=2012 |accessdate=16 July 2012}}</ref>
| image = Tufted-Duck-male-female.jpg
| image_width = 240px
18 নং শাৰী:
| binomial_authority = ([[Carl Linnaeus|Linnaeus]], [[10th edition of Systema Naturae|1758]])
}}
'''বামুণী হাঁহ''' ({{Lang-en|Tufted Duck}}, বৈজ্ঞানিক নাম-: ''Aythya fuligula'') এটা মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ প্ৰজাতি।
 
== বিৱৰণ ==
পূৰ্ণবয়স্ক মতা বামুণী হাঁহৰ দেহটো ক'লা, কেৱল কাষৰ ডেউকা অংশ বগা আৰু ঠোঁট নীলা-মুগা বৰণৰ হয়৷হয়। ইয়াৰ মূৰত এটা স্পষ্ট লগুণ (head tuft)ৰ দৰে অংশ থাকে আৰু এইবাবেই ইয়াক অসমীয়াত বামুণী হাঁহ আৰু ইংৰাজীত 'Tufted duck' বুলি কোৱা হয়৷হয়। পূৰ্ণবয়স্ক মাইকী বামুণী হাঁহৰ দেহৰ বৰণ মটীয়া, কাষৰ অংশ শেঁতা ৷শেঁতা। সেয়ে মাইকী হাঁহক অন্য প্ৰজাতিৰ হাঁহৰ পৰা পৃথক কৈ চিনাক্ত কৰিবলৈ কঠিন ৷ কঠিন।
 
== বিতৰণ ==
বামুণী হাঁহে নাতিশীতোষ্ণ অঞ্চল আৰু উত্তৰ [[ইউৰেছিয়া]] ত প্ৰজনন কৰে৷কৰে। তাৰোপৰি ইয়াক কেতিয়াবা [[আমেৰিকা যুক্তৰাষ্ট্ৰ]] আৰু [[কানাডা]] লৈ পৰিভ্ৰমণ কৰা দেখা যায়৷যায়। জলাশয় আৰু ইয়াৰ প্ৰধান খাদ্য 'freshwater mussel'ৰ অধিক উপলব্ধতাৰ বাবে ইয়াৰ গোলকীয় বিতৰণ পূৰ্বতকৈ বিস্তৃত হৈছে বুলি জনা যায়৷যায়। ই সাধাৰণতে বৃহৎ গোটত জাক পাতি বাস কৰে৷ কৰে।
 
== বাসস্থান ==
বামুণী হাঁহে প্ৰধানকৈ মুকলি জলাশয় যেনে বিল, হ্ৰদ, নৈ আদিত বাস কৰে৷কৰে। বাহ সাজিবলৈ ইহঁতক জলজ উদ্ভিদ আৰু জোপোহাৰ প্ৰয়োজন হয়৷হয়। সাগৰৰ কাষৰ লুণীয়া জলাশয় সমূ্তো ইয়াক দেখিবলৈ পোৱা যায়৷যায়।
 
== খাদ্য ==
বামুণী হাঁহে প্ৰধানকৈ পানীত বুৰ মাৰি খাদ্যৰ সন্ধান কৰে৷কৰে। ইহঁতে mollusc, জলজ পোক-পতংগ, উদ্ভিদ আদি আহাৰ ইচাপে গ্ৰহণ কৰে৷ কৰে। কেতিয়াবা ই নিশাৰ ভাগতো খাদ্যৰ সন্ধান কৰে৷কৰে।
 
== তথ্যসুত্ৰ ==
39 নং শাৰী:
{{wikispecies|Aythya fuligula}}
*[http://gallery.new-ecopsychology.org/en/tufted_ducks.htm Tufted Ducks video] From Gallery of Living Nature.
<!-- [[Image:Tufted Duck ducklings.jpg|thumb|left|Ducklings]]
-->
 
[[শ্ৰেণী: হাঁহ]]
[[শ্ৰেণী:জীৱবিজ্ঞান]]