মেৰী কম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
| residence = [[মণিপুৰ]], [[ভাৰত]]
| weight class = [[ফ্লাইৱেইট]]
| club =
| birth_date = {{birth date and age|df=yes|1983|3|1}}
| birth_place = কান্গাথাই, [[মণিপুৰ]], [[ভাৰত]]
46 নং শাৰী:
 
==জীৱনৰ প্ৰথমচোৱা আৰু পৰিয়াল==
[[মণিপুৰ]]ৰ [[কাংগ্‌থাই]]ত মেৰীৰ জন্ম হয়। তেওঁৰ দেউতাক মাংগ্‌তে তন্‌পা কম আৰ মাক মাংগ্‌তে আখাম কমে [[ঝুম খেতি]] কৰি জীৱিকা নিৰ্বাহ কৰিছিল।<ref>{{cite web|title=NE India:Indigenous Women dream to win World Boxing Champion 2012|url=http://www.indigenousportal.com/Sport/NE-India-Indigenous-Woman-dream-to-win-World-Boxing-Champion-2012.html}}</ref> তেওঁ প্ৰাথমিক শিক্ষা আৰু ষষ্ঠ শ্ৰেণীলৈকে [[মৈৰাঙ]]ৰ লোকটাক খ্ৰীষ্টিয়ান মডেল হাইস্কুলত, অষ্টম শ্ৰেণীলৈকে মৈৰাঙৰে ছেইণ্ট জেভিয়াৰ স্কুলত, আৰু নৱম আৰু দশম শ্ৰেণী অদিমজাতি হাইস্কুলত (Adimjati High School) পঢ়িছিল, যদিও মেট্ৰিকুলেশ্যন পাচ নকৰিলে। তেওঁ আৰু পৰীক্ষা দিবলৈ ইচ্ছা নকৰিলে। স্কুল এৰি পাছত তেওঁ ইম্ফল NOIC-ৰ পৰীক্ষা দিয়ে আৰ তথাক্ৰমে "চুৰাচন্দপুৰ কলেজ"ৰ পৰা স্নাতকতা লাভ কৰে।<ref name="Garg2010"/> এথেলেটিকচত তেওঁৰ সৰুৰেপৰাই আগ্ৰহ আছিল যদিও [[ডিংক' সিঙ]]ৰ সফলতা দেখাৰ পাছতহে তেওঁ বক্সিঙৰ প্ৰতি অনুপ্ৰাণীত হয় আৰু ২০০২ চনত বক্সাৰ হিচাবে আত্মপ্ৰকাশ কৰে।<ref name="WBAN">{{cite web|url=http://www.wban.org/biog/marykom.htm|title=Mary Kom|last=Williams|first=Dee |date=6 February 2008|publisher=(WBAN) Women Boxing Archive Network |accessdate=8 May 2010}}</ref>
 
তেওঁৰ পতি ''কে. অনকাৰ কম'', আৰু''ৰেচুংভাৰ'' আৰু ''খাম্‌পেনিভাৰ'' নামৰ দুজন যমজ পুত্ৰ আছে।<ref>{{cite news|last=Kumar|first=Priyanka|title=MC Mary Kom: Boxer, mother, icon|url=http://ibnlive.in.com/news/mc-mary-kom-boxer-mother-icon/237176-5-23.html|accessdate=2 June 2012|newspaper=IBN Live|date=8 March 2012}}</ref><ref>{{cite news|title=For Mary Kom, life comes second to Olympic dream|url=http://www.firstpost.com/blogs/for-mary-kom-life-comes-second-to-olympic-dream-318356.html|accessdate=2 June 2012|newspaper=First Post|date=23 May 2012}}</ref> ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে।
 
==প্ৰাৰম্ভিক খেলজীৱন==
61 নং শাৰী:
২০১০ চনত কমে [[কাজাখস্তান]]ৰ ২০১০ এচিয় মহিলা মুষ্টিযুদ্ব খিতাপৰ প্ৰতিযোগিতাত স্বৰ্ণপদক<ref name=E-Pao>{{cite web|last=E-Pao|title=Mangte Chungneijang Mary Kom :: Manipur Olympic Dreams 2012 London|url=http://e-pao.net/epSubPageExtractor.asp?src=leisure.Sports.Manipur_Olympic_Dreams_2012_London.Mangte_Chungneijang_Mary_Kom_Manipur_Olympic_Dreams_2012_London|work=About Mary Kom|publisher=E-Pao|accessdate=6 August 2012}}</ref>, আৰু তাৰ পাচত ২০১০ চনতে [[বাৰ্বাড'চ]]ৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত ৪৮ কিলোগ্ৰাম বিভাগত (কাৰণ AIBA -ই ইতিমধ্যে ৪৬ কিলোগ্ৰাম বিভাগটো আঁতৰাই দিছিল) একাধাৰে তেওঁৰ এই প্ৰতিযোগিতাৰ পঞ্চমটো স্বৰ্ণপদক জয় কৰে।<ref name=toi>{{cite web|title=Mary Kom wins fifth successive World Boxing Championship gold|url=http://articles.timesofindia.indiatimes.com/2010-09-19/boxing/28263496_1_ningbo-city-mc-mary-kom-world-boxing-championship-gold|publisher=The Times of India|author=Laxmi Negi|date=19-09-2010}}</ref> ২০১০ এচিয়ান গেমচৰ ৫১ কিলোগ্ৰাম শিতানত (এচিয়ান গেমচৰ নিম্নতম ওজন বিভাগ) তেওঁ মুষ্টিযুদ্ধত ব্ৰঞ্জৰ পদক পায়। {{cn|date=August 2012}} ২০১১ -ত তেওঁ চীনত অনুষ্ঠিত এচীয়া মহিলা কাপত ৪৮ কিলোগ্ৰাম শিতানত সোণৰ পদক লাভ কৰে {{cn|date=August 2012}} আৰু ২০১২ চনৰ অপেচাদাৰী মহিলা বিশ্বকাপ মুষ্টিযুদ্ধ বা ২০১২ AIBA মহিলা মুষ্টিযুদ্ধ খিতাপ প্ৰতিযোগিতাত [[মংগোলীয়া]]ত ৫১ কিলোগ্ৰাম শ্ৰেণীত স্বৰ্ণ পদক অৰ্জন কৰে।<ref>{{cite web|url=http://www.aiba.org/en-US/news/ozqsp/newsId/4574/news.aspx|title=Mary Kom crowned Asian Champion in Ulanbaatar|date=26 March 2012}}</ref>
 
২০১০ চনৰ ৩ অক্টোবৰ তাৰিখৰ দিনা [[দিল্লী]]ত অনুষ্ঠিত হোৱা [[কমনৱেল্থ গেমচ]]ৰ উদ্বোদ্ধনী অনুষ্ঠানত [[কুইন্‌চ বেটন]] কঢ়িয়াবলৈ [[বিজেন্দৰ সিং|বিজেন্দৰ সিঙৰ]] লগতে কমকো মনোনীত কৰা হয়।<ref name=world_news>{{cite web|last=World News|title=Mc Mary Kom Aiba Women's World Boxing Championship|url=http://wn.com/mc_mary_kom_aiba_women%27s_world_boxing_championship?orderby=relevance&upload_time=today|work=About Mary Kom|publisher=World News|accessdate=7 June 2012}}</ref><ref>{{cite news|title=Baton for Commonwealth Games to enter India today|url=http://articles.timesofindia.indiatimes.com/2010-06-25/delhi/28298565_1_queen-s-baton-aman-ki-asha-suresh-kalmadi|accessdate=21 May 2012|newspaper=[[The Times of India]]|date=25 June 2010}}</ref> কমে প্ৰত্যাখ্যান কৰে, কাৰণ কমনৱেল্‌থ গেমচত মুষ্টিযুদ্ধ প্ৰতিযোগিতা অন্তৰ্ভুক্ত নহয়।
 
== অলিম্পিকত ==
পাঁচবাৰ বিশ্ব খিতাপ অৰ্জা মেৰীয়ে ৪৮ কিলোগ্ৰাম আৰু ৪৬ কিলোগ্ৰাম শ্ৰেণীত অনেক পদক অৰ্জন কৰে। কিন্তু বিশ্ব পৰ্যায়ত ৫১ কিলোগ্ৰামক বক্সিঙৰ নিম্নতম শ্ৰেণী বুলি ধৰিবলৈ থিৰাং কৰাৰ পাছত তেওঁ ২ কিলোগ্ৰাম ওজন বঢ়াবলৈ বাধ্য হয়।
 
২০১২ চনৰ AIBA বিশ্ব মুষ্টিযুদ্ধ খিতাপৰ প্ৰতিযোগিতা মেৰীৰ বাবে বিশেষ আছিল। ইয়াত তেওঁ কেৱল খিতাবৰ বাবেই নহয়, কিন্ত ২০১২ চনৰ [[লণ্ডন অলিম্পিক|লণ্ডন চামাৰ অলিম্পিক]]ৰ বাছনিৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলাৰ মুষ্টিযুদ্ধক অন্তৰ্ভুক্ত কৰা হয়। ৫১ কিলোগ্ৰাম শ্ৰেণীত তেওঁ কোৱাৰ্টাৰ ফাইনেলত [[ইংলণ্ড]]ৰ [[নিকোলা আডামচ]]ৰ হাতত পৰাস্ত (এই প্ৰতিযোগিতাৰ এইখনেই প্ৰথম য'ত মেৰীয়ে কোনো পদক নাপালে) হয় যদিও লণ্ডন অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে নিৰ্বাচিত হয়। মেৰীয়েই লণ্ডন অলিম্পিকৰ বক্সিঙৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা।<ref name="TOI 18 May 2012">{{cite news|last=Times of India|title=Mary Kom qualifies for London Olympics|url=http://timesofindia.indiatimes.com/sports/tournaments/london-olympics/Mary-Kom-qualifies-for-London-Olympics/articleshow/13264657.cms|accessdate=7 June 2012|newspaper=Times of India|date=18 May 2012}}</ref>
70 নং শাৰী:
মেৰীৰ লগতে লণ্ডনলৈ তেওঁৰ মাক<ref>{{cite news| url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/London-calling-for-Mary-Koms-mom-too/articleshow/15053977.cms | title= London calling for Mary Kom's mom too
| date=20 July 2012}}</ref>, পতি {{citation needed}} আৰু আমেৰিকান শিক্ষক (coach) চাৰ্লচ আট্‌কিন্‌চন যায়। অৱশ্যে চাৰ্লচ আট্‌কিন্‌চন অলিম্পিক ভিলেজত থাকিবলৈ সক্ষম নহ'ল, কাৰণ তেওঁৰ এচচিয়েচনৰ বাধ্যতামূলক AIBA ৰ ৩ ষ্টাৰ চাৰ্টিফিকেট নাছিল।<ref>{{cite web|url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Koms-American-coach-not-to-be-with-her-at-Olympics/articleshow/15327494.cms|title=Mary Kom's American coach not to be with her at Olympics
|accessdate=02-08-2012}}</ref>
 
৫ আগষ্ট ২০১২ -অত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিক মুষ্টিযুদ্ধ খেলত মেৰীয়ে [[পোলেণ্ড]]ৰ [[কেৰলিনা মিচেলচ্‌জাক]] (Karolina Michalczuk)-অক ১৯-১৪ -অত পৰাস্ত কৰে।<ref>{{cite web|url=http://www.aiba-london2012.com/index.php/news/535-women-make-history|title=Women make history|author=AIBA|date=5 August 2012|accessdate=5 August 2012}}</ref><ref>{{cite web|url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Kom-proud-to-win-on-historic-day/articleshow/15365965.cms
| title=Mary Kom proud to win on historic day |date=5 August 2012|accessdate=5 August 2012|work=The Times of India}}</ref> পাছৰ দিনা কোৱাৰ্টাৰ ফাইনেলত মেৰীয়ে [[টিউনিচিয়া]]ৰ [[মাৰুৱা ৰাহেলী]]ক (Maroua Rahali) ১৫-৬ -ত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে।<ref name="ht quarter">{{cite web|url=http://www.hindustantimes.com/Specials/Sports/Olympics2012/Chunk-HT-UI-Olympics-Discipline-Boxing/Mary-Kom-storms-into-semis-assures-India-of-a-medal/SP-Article10-909234.aspx|title=Mary Kom storms into semis, assures India of a medal|date=6 August 2012|accessdate=6 August 2012|work=The Hindustan Times}}</ref> ৮ আগষ্ট ২০১২ চনত অনুষ্ঠিত হোৱা চেমি ফাইনেলৰ খেলখনত তেওঁ ইংলণ্ডৰ [[নিক'লা আডামচ]]ৰ হাতত ৬-১১ অত পৰাস্ত হয় যদিও তৃতীয় স্থানত থকাৰ বাবে তেওঁৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত হয়।<ref>http://economictimes.indiatimes.com/news/news-by-industry/et-cetera/mary-kom-attempts-to-create-history-in-olympics-boxing-by-reaching-final/articleshow/15405429.cms</ref><ref>http://sports.ndtv.com/olympics-2012/news/item/194900-thank-you-mary-kom-a-for-effort-b-for-bronze</ref><ref>{{cite web|url=http://timesofindia.indiatimes.com/sports/london-olympics-2012/news/Mary-Kom-didnt-play-her-natural-game-say-pugilists/articleshow/15409286.cms|title=Mary Kom didn't play her natural game, say pugilists
|accessdate=08-08-2012}}</ref>
 
== সফলতাসমূহ ==
177 নং শাৰী:
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্ম বিভূষণপদ্মবিভূষণ বঁটা বিজয়ী]]
"https://as.wikipedia.org/wiki/মেৰী_কম"ৰ পৰা অনা হৈছে