কামেং নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{coord|26|38|N|92|53|E|display=title}}
{{Geobox | River
<!-- *** Heading *** -->
| name = কামেং নদী
| other_name1 = জীয়া ভৰলী
|other_name2 =
| category =
| category_hide = 1
11 নং শাৰী:
| nickname =
<!-- *** Image *** -->
| image = Bhalukpong.jpg
| image_size =
| image_caption = [[ভালুকপুং|ভালুকপুঙত]] কামেং নদী
| image_caption =
| image_alt =
<!-- *** Country etc. *** -->
| country = {{flagcountry|India}}
| country1 =
| country2 =
| state = [[অসম]]
| state1 = [[অৰুণাচল প্ৰদেশ]]
| region =
| region_type =
<!-- *** Family *** -->
| tributary_left =
| tributary_left1 =
| tributary_left2 =
| tributary_right =
| tributary_right1 =
| tributary_right2 =
| tributary_right3 =
| city =
<!-- *** Locations *** -->
| source = [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:Tawang district|টাৱাং জিলা]]ৰ ''গৌৰী ছেন পৰ্বত''ৰ এটা হিমবাহ
| source_note = দক্ষিণ তিব্বতৰ [[:en:McMahon Line|ভাৰত-তিব্বত সীমান্ত]]
| source_location = [[:en:Himalayan mountains|পূব হিমালয় পৰ্বতমালা]]
| source_country = {{flagcountry|India}}
| source_elevation = 6,3006300
| source_elevation_note =
| source_lat_d = 27
46 নং শাৰী:
| source_long_EW = E
| source_coordinates_note =
| mouth =
| mouth_location =
| mouth_country =
| mouth_elevation_imperial =
| mouth_lat_d =
| mouth_lat_m =
| mouth_lat_s =
| mouth_lat_NS =
| mouth_long_d =
| mouth_long_m =
| mouth_long_s =
| mouth_long_EW =
| mouth_coordinates_note =
<!-- *** Dimensions *** -->
| length = 264
| length_round = -1
| length_note =
| watershed =
| watershed_round =
| discharge =
| discharge_round =
| discharge_note =
| discharge_location =
| discharge_max =
| discharge_min =
<!-- *** Maps *** -->
| map =
| map_caption =
| map_size =
}}
'''কামেং নদী''' (পূৰ্বৰ নাম ভৰলী নদী), [[ব্ৰহ্মপুত্ৰ নদী]]ৰ এখন উল্লেখযোগ্য উপনৈ। ই [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:Tawang district|টাৱাং জিলা]]ৰ ''গৌৰী ছেন পৰ্বত''ৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। বৰ্তমান ই [[অৰুণাচল প্ৰদেশ]]ত '''কামেং নদী''' আৰু [[অসম]]ত '''জীয়া ভৰলী''' বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।
 
'''কামেং নদী''' (পূৰ্বৰ নাম ভৰলী নদী), [[ব্ৰহ্মপুত্ৰ নদী]]ৰ এখন উল্লেখযোগ্য উপনৈ। ই [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:Tawang district|টাৱাং জিলা]]ৰ ''গৌৰী ছেন পৰ্বত''ৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। বৰ্তমান ই [[অৰুণাচল প্ৰদেশ]]ত '''কামেং নদী''' আৰু [[অসম]]ত '''জীয়া ভৰলী''' বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।
 
==উৎপত্তি আৰু গতিপথ==
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। ইয়াৰ অৱস্থান হৈছে {{coord|27|48|36|N|92|26|38|E}}।<ref>Alpine Club Library - Himalayan Index - [http://www.alpine-club.org.uk/hi/screen2b_2.php?s=80&np=24 Results of Search by latitude/longitude]</ref> কামেং নদীখন দক্ষিণ তিব্বতৰ [[:en:McMahon Line|ভাৰত-তিব্বত সীমান্ত]]ত উৎপত্তি হৈ [[অৰুণাচল প্ৰদেশ]]ৰ [[:en:West Kameng District|পশ্চিম কামেং জিলা]]ৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত ই [[অসম]]ৰ [[শোণিতপুৰ জিলা]]ত প্ৰৱেশ কৰিছে। [[কলিয়াভোমোৰা সেতু]]ৰ পূব দিশে [[তেজপুৰ]]ত ই [[ব্ৰহ্মপুত্ৰ নদী]]ৰ লগত মিলি গৈছে।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapMiscLogistics.htm#WapLayoutMap Eaglenest Biodiversity Project map of Western Arunachal Pradesh]</ref>
 
==ভূগোল==
কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।<ref name="Rao1979">{{cite book|last=Rao|first=K.L.|title=India's Water Wealth|url=http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA78|accessdate=1 May 2011|year=1979|publisher=Orient Blackswan|isbn=978-81-250-0704-3|page=78}}</ref>
 
কামেং নদীখনে অৰুণাচল প্ৰদেশৰ [[:en:East Kameng|পূব কামেং জিলা]] আৰু [[:en:West Kameng|পশ্চিম কামেং জিলা]]ৰ সীমা নিৰ্ধাৰিত কৰিছে। ইয়াৰ উপৰিও ই দুখন বনাঞ্চলৰ মাজত সীমা নিৰ্ধাৰিত কৰিছে। নদীখনৰ পশ্চিমে [[:en:Eaglenestঈগলনেষ্ট Wildlifeবন্যপ্ৰাণী Sanctuaryঅভয়াৰণ্য|ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য]] আৰু পূবে [[:en:Pakke tiger reserve|পক্বে ব্ৰাঘ্য প্ৰকল্প]] অৱস্থিত।<ref>[http://www.clsp.jhu.edu/people/zak/ramana/wapLocEaglenest.htm#EaglenestMap Eaglenest Biodiversity Project map of Eaglenest Wildlife Sanctuary ]</ref> কামেং নদীৰ পূবে [[:en:Dafla Hills|ডফলা পাহাৰ]] আৰু পশ্চিমে [[:en:Aka Hills|অকা পাহাৰ]] অৱস্থিত।
 
==উপনদী==
Line 92 ⟶ 91:
 
==সংৰক্ষিত বনাঞ্চল==
কামেং নদী উপত্যকাৰ দুখন মুখ্য বনাঞ্চল আছে: ''[[:en:Pakke tiger reserve|পক্বে ব্ৰাঘ্য প্ৰকল্প]]'' (নদীখনৰ পূবত অৱস্থিত) আৰু ''[[:en:Eaglenestঈগলনেষ্ট Wildlifeবন্যপ্ৰাণী Sanctuaryঅভয়াৰণ্য|ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য]]'' (নদীখনৰ পশ্চিমত অৱস্থিত)।
 
== তথ্য সংগ্ৰহ ==
Line 102 ⟶ 101:
[[শ্ৰেণী:ভাৰতৰ নদী]]
[[শ্ৰেণী:অসমৰ নদী]]
[[শ্ৰেণী:অৰুণাচল প্ৰদেশ]]
"https://as.wikipedia.org/wiki/কামেং_নদী"ৰ পৰা অনা হৈছে