ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
58 নং শাৰী:

'''বিঃদ্ৰঃ''' প্ৰচাৰৰ সময়ত কমন্সত একাউণ্ট খোলা, আৰু ফটো আপলোড কৰি শ্ৰেণী সংযোগ সম্পৰ্কীয় এটা ইউটিউব ভিডিঅ'ৰ লিংক দিয়া উচিত হ'ব।

===মন্তব্য===
সমৰ্থন জনাইছোঁ। প্ৰতিযোগিতা আৰম্ভ কৰাৰ আগে আগে কমন্সত ফটো যোগ দিয়াৰ বিষয়ে প্ৰাথমিক কৰ্মশালা এখনো কৰিলে ভাল হ’ব। --[[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 23:00, 20 November 2020 (ইউ.টি.চি.)
Line 105 ⟶ 106:
[[User:দিব্য দত্ত|'''দিব্য দত্ত''']]  ([[User Talk:দিব্য দত্ত|বাৰ্তা]])

===তাৰিখ===
:::: ফাণ্ডৰ বাবে প্ৰয়োজনীয় সহায়ৰ সঁহাৰি অহাত যিহেতু পলম হ'ল, গতিকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে নতুন এটা তাৰিখ ধাৰ্য কৰা প্ৰয়োজন। লগতে প্ৰতিযোগিতা সম্পৰ্কে সামাজিক মাধ্যমত বাৰ্তা দিয়াৰ ব্যৱস্থা কৰিবলৈ কি কি কৰিব পাৰি এই সম্পৰ্কে মতামত আশা কৰিছোঁ। [[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|talk]]) 16:15, 18 December 2020 (ইউ.টি.চি.)

::: জানুৱাৰী ১-১৫, ২০২১ কেনে হয়? নতুন বছৰ আৰু মাঘ বিহুৰ সময় যেতিয়া অসম বিষয়ক যথেষ্ট সমল পোৱাৰ আশা কৰিব পাৰি৷ [[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 19:56, 18 December 2020 (ইউ.টি.চি.)
Line 113 ⟶ 115:
::: সমৰ্থন জনালোঁ। বিচাৰককেইগৰাকীকো একোটা উপহাৰ/স্মাৰক দিয়াৰো ব্যৱস্থা কৰিলে ভাল হয়।--'''[[User:Chiring chandan|Chandan Chiring Phukon ]]'''[[User talk:Chiring chandan|Let's chat]] 15:56, 19 December 2020 (ইউ.টি.চি.)
:::: প্ৰস্তাৱিত সময়ৰ মাজতে কেইবাটাও উৎসৱ আছে লগতে বিহু বুলি মানুহে ভ্ৰমনো কৰিব। লগতে প্ৰচাৰ আৰু পাৰিলে অনলাইন কৰ্মশালা এটি অনুষ্ঠিত কৰিবলৈ সময়ো থাকিব।-[[User:অজয় দাস| অজয় ]] [[User Talk:অজয় দাস|''কথা-বতৰা'']] 16:50, 19 December 2020 (ইউ.টি.চি.)

: জানুৱাৰী ৫-২০৷ [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 14:23, 21 December 2020 (ইউ.টি.চি.)