অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Infobox person
|bgcolour = silver
|honorific_prefix =
|name = অনুৰাধা শৰ্মা পূজাৰী
|image = অনুৰাধা শৰ্মা পূজাৰী.jpg|200 px
|caption =
|birth_date = ১৯৬৪ চন
|birth_place = [[যোৰহাট]], [[অসম]]
|death_date =
|death_place =
|occupation = লেখক, সাংবাদিক
|years_active = ১৯৯৭ - বৰ্তমানলৈকে
| genre = অসমীয়া সাহিত্য
|parents =
|spouse =
| children =
|website =
}}
'''অনুৰাধা শৰ্মা পূজাৰী''' ({{lang-en|Anuradha Sharma Pujari}}, জন্ম: ১৯৬৪ চন) [[অসম]]ৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান [[সাদিন]]<ref>"Anuradha Sharma Pujari, editor of the popular assamese weekly, ''Sadin'', which carried the controversial story, stood by the report."[http://timesofindia.indiatimes.com/news/india/Jounalist-accused-of-blackmail-in-Assam/articleshow/641841943.cms Jounalist &#91;sic&#93; accused of blackmail in Assam] SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India</ref> কাকত আৰু [[সাতসৰী]] নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে।<ref name="sivasagar">{{cite web | url=http://onlinesivasagar.com/literature/anuradha-sharma-pujari.html | title=Anuradha Sharma Pujari | publisher=onlinesivasagar.com | work=onlinesivasagar.com | accessdate=February 03, 2013}}</ref> [[চাহেব পুৰাৰ বৰষুণ]] নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে।
 
==প্ৰাৰম্ভিক জীৱন==
30 নং শাৰী:
==সাহিত্য কৰ্মৰাজী==
===উপন্যাস===
* [[হৃদয় এক বিজ্ঞাপন]]
* এজন ঈশ্বৰৰ সন্ধানত
* [[কাঞ্চন]]
* [[চাহেব পুৰাৰ বৰষুণ]]
* ব’ৰাগী নদীৰ ঘাট
* [[নাহৰৰ নিৰিবিলি ছাঁ]]
* ৰাগ-অনুৰাগ
* [[মেৰেং]]<ref name="banalata">{{cite web | url=http://www.banalata.in/book/mareng-1 | title=MARENG :Evergreen Book | publisher=বনল্তা প্ৰকাশন | work=banalata.in | accessdate=February 03, 2013}}</ref>
* সোণ হৰিণৰ চেঁকুৰ
* [[নীল প্ৰজাপতি]]
 
===গল্প সংকলন===
* বসন্তৰ গান
* এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
* [[কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া]]
* ন' মেনছ লেণ্ড
 
===আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন===
* কলিকতাৰ চিঠি
* ডায়েৰি
* অট’গ্ৰাফ
* [[আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু]]
 
==বঁটা==
* [[ৰেনেছাঁ অসম বঁটা]] ২০১৩<ref name="amarasom">{{cite web | title=জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা | publisher=[[আমাৰ অসম]] | date=১৩ মাৰ্চ ২০১৫ | accessdate=১৪ মাৰ্চ২০১৫}}</ref>
* ২০০৩ চনত [[অসম সাহিত্য সভা]]ৰ পৰা Kumar Kishore Memorial Literary Award লাভ কৰে।
* ২০০৩ চনত [[চাহেবপুৰাৰ বৰষুণ]] উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই তেওঁ শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা প্ৰদান কৰিছিল।<ref name="sivasagar" />
 
63 নং শাৰী:
==বাহ্যিক সংযোগ==
* [https://docs.google.com/document/d/1-FczQD2cIfMsqYC7XiMPJ5zrx10S_R6rZoox8qpNoQk/edit?hl=en_US&pli=1# Op-Ed : Bharat Ratna and Sachin Tendulkar]
 
* [http://www.assamkart.com অনুৰাধা শৰ্মা পূজাৰীৰ ই-বুকসমূহ]
 
{{Navbox assam biography}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
 
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]