অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{more footnotes}}
{{infobox writer
| name = অৰুণ শৰ্মা
| image = Arun Sarma, who will be presented with the Sangeet Natak Akademi Award for Theatre Playwriting.jpg
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১৯৩১ চন
| birth_place = সেন্দূৰী আলি, [[ডিব্ৰুগড়]], [[অসম]], [[ভাৰত]]
| death_date =
২৭ মাৰ্চ ২০১৭ (৮৫ বছৰ)
| death_place =
নতুন দিল্লী
| resting_place =
| occupation = সহিত্যিক, নাট্যকাৰ
| language = [[অসমীয়া]]
| nationality = {{flagicon|IND}} ভাৰতীয়
| ethnicity =
| citizenship = ভাৰতীয়
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks = [[আশীৰ্বাদৰ ৰং]]
| spouse = আৰতি শৰ্মা
| partner =
| children = নন্দিনী, অচিন্ত
| relatives =
| influences =
| influenced =
| awards = [[সাহিত্য অকাডেমীঅকাডেমি বঁটা]] (১৯৯৭)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>
| signature =
| signature_alt =
| website =
}}
'''অৰুণ শৰ্মা''' ({{lang-en|Arun Sharma}}, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী আছিল। ''শ্ৰী [[নিবাৰণ ভট্টাচাৰ্য]]'' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ [[আশীৰ্বাদৰ ৰং]] শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৭ চনত [[সাহিত্য অকাডেমীঅকাডেমি বঁটা]] লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।
 
'''অৰুণ শৰ্মা''' ({{lang-en|Arun Sharma}}, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী আছিল। ''শ্ৰী [[নিবাৰণ ভট্টাচাৰ্য]]'' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ [[আশীৰ্বাদৰ ৰং]] শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৭ চনত [[সাহিত্য অকাডেমী বঁটা]] লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।
 
==প্ৰাৰম্ভিক জীৱন==
১৯৩১ চনত [[ডিব্ৰুগড় জিলা]]ৰ সেন্দূৰী আলিত অৰুণ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল '''তিলক চন্দ্ৰ শৰ্মা''' আৰু মাতৃৰ নাম আছিল '''নৰ্মদা কুমাৰী দেৱী'''।দেৱী। তেওঁৰ পিতৃ সেই সময়ৰ ''দা টাইমছ অফ ইণ্ডিয়া''ৰ সম্পাদক আছিল। ১৯৩৫ চনত তেওঁৰ পৰিয়াল হেলেমৰ ওচৰৰ হেলেমগুৰিৰ এখন গাঁৱলৈ গুছি যায়। তিলক চন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰ পৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে। অৰুণ শৰ্মাই [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত [[কটন কলেজ]]ৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
 
==কৰ্মজীৱন==
১৯৫৪ চনত ''[[দাদ্যা আসামআছাম ট্ৰিবিউন]]'' কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ জন্ম হোৱা গাঁও হালেমলৈ উভতি যায় আৰু তাত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে। ১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমতে ইয়াত প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগাৱাৰ এক মাধ্যম আছিল। ১৯৬৯ চনত তেওঁ [[লণ্ডন]]ৰ [[:en:BBC|বি বি চি]]ত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গামৰ বাবে আৰু যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
 
অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত [[পূৰ্বাচল]]ৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে আৰু ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকল মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি ''son-et-lumiere'' (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াক দৈনিক [[গুৱাহাটী]]ত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।
 
==ব্যক্তিগত জীৱন==
১৯৫৯ চনত উজানবজাৰৰ মুক্তিযুঁজাৰু ''চন্দ্ৰনাথ শৰ্মা''ৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সন্তান দুটা: '''নন্দিনী''' আৰু '''অচিন্ত'''। অচিন্ত।
 
== নাট্য আৰু সাহিত্যিক জীৱন ==
* পঢ়ি থকা কালছোৱাত উৰুখা পঁজা নাটকৰ অভিনয়
* পাঁচমাহৰ বাবে প্ৰশিক্ষণৰ অৰ্থে লণ্ডনলৈ যাত্ৰা (১৯৬৯)
* [[সন্ধ্যাৰাগ]] চলচ্চিত্ৰত অভিনয় (১৯৭৫)
* আলেখ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে [[জাপান]] ভ্ৰমণ (১৯৭৯)
* [[হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ]]ত গৱেষণা পাঠৰ বাবে [[লণ্ডন]] ভ্ৰমণ (১৯৯৯)
* [[ৰাষ্ট্ৰসংঘ]]ৰ [[অনাতাঁৰ]] কেন্দ্ৰত এঘণ্টীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ
* [[টেলিফিল্ম]] [[স্তব্ধ প্ৰহৰ]]ত মূল চৰিত্ৰত অভিনয় (২০০৪)
* [[শংকৰদেৱ কলাক্ষেত্ৰ]]ৰ শব্দজ্যোতিৰ কলা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ (২০০৫)
 
== স্বীকৃতি আৰু বঁটা ==
* ''শ্ৰী নিবাৰণ ভট্টাচাৰ্য'' শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭)
 
;সাহিত্যৰ বাবে
* অসম সাহিত্য সভা (নাটক) বঁটা - ১৯৬৭
* [[অসম নাট্য সন্মিলন বঁটা]] - ২০০১
* [[সাহিত্য অকাডেমীঅকাডেমি বঁটা]] -(১৯৯৭): ''[[আশীৰ্বাদৰ ৰং]]'' শীৰ্ষক উপন্যাসৰ বাবে
* [[সংগীত নাটক অকাডেমীঅকাডেমি]] (২০০৩)
* [[অসম উপত্যকা সাহিত্য বঁটা]] (২০০৫)
* [[পদ্মশ্ৰী]] - ২০১০
Line 103 ⟶ 102:
=== উপন্যাস ===
# [[আশীৰ্বাদৰ ৰং]]
# উভলা শিপা
# পৰশুৰাম
# যযাতি আৰু ৰঞ্জনা
Line 109 ⟶ 108:
=== অনুবাদ সাহিত্য ===
# মালায়লম একাংকিকা নাট
# পাঞ্জাৱীপঞ্জাবী একাংকিকা নাট
# বাংলাবঙালী উপন্যাস "ইচ্ছামতী'ৰ অসমীয়া অনুবাদ
=== অন্যান্য ===
# গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰবন্ধ তথা কবিতা প্ৰকাশ
Line 116 ⟶ 115:
 
== মৃত্যু==
২০১৭ চনৰ ২৭ মাৰ্চ তাৰিখে নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত পুৱা ৮৫ বছৰ বয়সত অৰুণ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।
 
== তথ্য সংগ্ৰহ ==
{{reflist}}|
*<ref>কথা বৰেণ্য ১০০- সম্পাদক- শোণিত বিজয় দাস, মুনীন বায়ন প্ৰথম প্ৰকাশ -২০০৬ চন, পৃষ্ঠা নং -১৮৯</ref>
*<ref>অৰুণ শৰ্মাৰ নাটকনাটক– –ড॰ড॰ পোনা মহন্ত , দৈনিক জনমভূমি ১২ মাৰ্চ ২০০৬</ref>}}
 
==বাহ্যিক সংযোগ==
{{commons category|Arun Sarma|অৰুণ শৰ্মা}}
* [http://www.merinews.com/article/arun-sarma-the-pride-of-assam/15795522.shtml Arun Sarma, The Pride of Assam]
* [http://www.pib.nic.in/newsite/erelease.aspx?relid=57307 Padma Awards 2010 Press Information Bureau]
* [http://cdpsindia.org/aboutus.asp Centre for Development and Peace Studies]
* [http://www.assamtribune.com/may2209/panorama1.html Assam Tribune profile, May 2009]
* [http://www.telegraphindia.com/1040105/asp/northeast/story_2753152.asp The Telegraph profile, 5 January 2004 ]
 
{{পদ্ম বঁটা বিজয়ী অসমৰ ব্যক্তি}}
{{Persondata
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল|state=autocollapse}}
| NAME = Sarma, Arun
{{অসম উপত্যকা সাহিত্য বঁটা}}
| ALTERNATIVE NAMES = Sharma, Arun
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
| SHORT DESCRIPTION = Assamese writer
| DATE OF BIRTH = 1931-11-03
| PLACE OF BIRTH = Dibrugarh
| DATE OF DEATH =
| PLACE OF DEATH =
}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
{{Navbox assam biography}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
{{অসম উপত্যকা সাহিত্য বঁটা}}
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া নাট্যকাৰ]]
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসম উপত্যকা সাহিত্য বঁটা বিজয়ী]]