অসহযোগ আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
3 নং শাৰী:
১৯১৯ চনৰ মাৰ্চৰ ৰাৱলাট আইনখন, যিয়ে দেশদ্ৰোহীতাৰ বিচাৰত পদকীয়াসকলৰ অধিকাৰ খৰ্ব কৰিছিল,<ref name=Tharoor2003p.26-36/> ভাৰতীয়সকলৰ বাবে "ৰাজনৈতিক জাগৰণ" আৰু বৃট্ৰিছসকলৰ বাবে "বিপদ" হিচাপে দেখা গৈছিল।<ref name=Wagner2019p.59/> যদিও ইয়াক কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল আৰু কেইবছৰমান পিছত বাতিল বুলি ঘোষণা কৰা হৈছিল।<ref name="Wagner2019p.59">[https://books.google.co.uk/books?id=bziIDwAAQBAJ&printsec=frontcover&dq=satya+pal+1919&hl=en&sa=X&ved=0ahUKEwjS3Jj3xbHkAhVMSsAKHUBWAGoQ6AEIKDAA#v=snippet&q=rowlatt&f=false Wagner, Kim. ''Amritsar 1919'' (2019) p.59]</ref> এই আইনখনে গান্ধীৰ মনত সত্যাগ্ৰহৰ (সত্য) ধাৰণাৰ প্ৰতি অনুপ্ৰেৰিত কৰিছিল। এই ধাৰণাটো জৱাহৰলাল নেহৰুৱে পৰবৰ্তী সময়ত কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিছিল, যাৰ বাবে এই হত্যাকাণ্ডই "স্বাধীনতাৰৰ বাদে একো গ্ৰহণযোগ্য নহয়"ৰ ধাৰণা দৃঢ় কৰি তুলিছিল।<ref name=Tharoor2003p.26-36/>
 
গান্ধীৰ অসহযোগ আন্দোলনৰ পৰিকল্পনাৰ ভিতৰত আছিল সকলো ভাৰতীয়ক বৃটিছব্ৰিটিছ উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানকে ধৰি "বৃটিছব্ৰিটিছ চৰকাৰ আৰু ভাৰতৰ অৰ্থনীতি বৰ্তাই ৰখা" যিকোনো কাৰ্যকলাপৰ পৰা তেওঁলোকৰ শ্ৰম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰা।<ref name=Ghosh2017>{{Cite web|url=https://www.cambridge.org/core/books/gentlemanly-terrorists/reforms-of-1919-montaguchelmsford-the-rowlatt-act-jails-commission-and-the-royal-amnesty/D97CA2DF6D0AEBDD9AD2066DB1504C04/core-reader#|title=The Reforms of 1919: Montagu–Chelmsford, the Rowlatt Act, Jails Commission, and the Royal Amnesty|last=Ghosh|first=Durba|date=July 2017|website=Gentlemanly Terrorists: Political Violence and the Colonial State in India, 1919–1947|language=en|url-status=live|archive-url=|archive-date=|access-date=4 September 2019}}</ref> খাদী যতৰ ঘুৰাই, কেৱল ভাৰতীয় নিৰ্মিত সামগ্ৰী ক্ৰয় কৰি আৰু ইংৰাজী কাপোৰ বৰ্জন কৰি "আত্মনিৰ্ভৰশীলতা" প্ৰচাৰ কৰাৰ উপৰিও, তুৰ্কীত খিলাফৎ পুনৰুদ্ধাৰ আৰু অস্পৃচ্ছতাৰ সমাপ্তিৰ পক্ষেও গান্ধীৰ অসহযোগ আন্দোলনে মাত মাতিছিল। ফলস্বৰূপে ৰাজহুৱাভাৱে সভা আৰু অনশন (হৰতাল) অনুষ্ঠিত হৈছিল যাৰ ফলত ১৯২১ চনৰ ৬ ডিচেম্বৰত জৱাহৰলাল নেহৰু আৰু তেওঁৰ পিতৃ মতিলাল নেহৰু দুয়োকে প্ৰথম আটক কৰা হৈছিল।<ref name=Tharoor2003p.41-42>Tharoor, ''Nehru: The Invention of India'' (2003) p.41-42</ref>
 
ই ব্ৰিটিছ শাসনৰ পৰা [[ভাৰতৰ স্বাধীনতা আন্দোলন|ভাৰতৰ স্বাধীনতাৰ বাবে কৰা এক আন্দোলন]] আছিল আৰু নেহৰুৱে তেওঁৰ আত্মজীৱনীত বৰ্ণনা কৰাৰ দৰে, ২০২২ চনৰ ফেব্ৰুৱাৰীত [[চৌৰী চোৰা ঘটনা]]ৰ পিছত "হঠাৎ" সমাপ্ত হৈছিল।<ref name=Nehru1936p.81>[https://archive.org/details/in.ernet.dli.2015.98834/page/n99 Nehru. ''An Autobiography'' (1936). p.81]</ref> ইয়াৰ পৰৱৰ্তী স্বাধীনতা আন্দোলনসমূহ আছিল [[আইন অমান্য আন্দোলন]] আৰু [[ভাৰত ত্যাগ আন্দোলন]]।