২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী:
 
==জন্ম==
#* ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমাণিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
#* ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।
#* ১৯৫২ চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক [[ৰঞ্জু হাজৰিকা]]দেৱৰ জন্ম হৈছিল
 
==মৃত্যু==
#* ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক [[জেমছ ছেডউইক]]ৰ মৃত্যু হয়।
#* ১৯৮০ চনৰ এই দিনটোতে বাংলাবঙালী বোলছবিৰ খ্যাতিমান অভিনেতা [[উত্তম কুমাৰ চট্টোপাধ্যায়]]ৰ মৃত্যু হয়।
 
==ইত্যাদি==
#* ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি [[প্ৰতিভা পাটিল|প্ৰতিভা দেৱী সিং পাটিলপাটিলে]]-এ শপত গ্ৰহণ কৰে।
#* এই দিনটোতে সাহিত্যিক [[মহাশ্বেতা দেৱী]]লৈ [[ৰমণৰমন মেগছেছমেগছেছে বঁটা]] ঘোষণা কৰা হয়।
#* ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী [[গুলজাৰিলাল নন্দনন্দা]] আৰু [[অৰুণা আছফ আলীআলি]]লৈ (মৰণোত্তৰভাৱে ) [[ভাৰতৰত্ন]] সন্মান ঘোষণা কৰা হয়।
#* ১৯৮৫ বৰ্ষৰ এই দিনটোতে [[ৰাজীৱ গান্ধী]] আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱপঞ্জাব চুক্তি স্বাক্ষৰিত হয়।
#* ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা [[মহাদেৱী বাৰ্মাবৰ্মা]]লৈ [[জ্ঞানপীঠ বঁটা]] আগবঢ়োৱা হয়।
#* আজি [[ইজিপ্ট]]ৰ ৰাষ্ট্ৰীয় দিৱস।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:24 July}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/july/24 বিবিচি: এই দিনত]
----
{{Months}}
{{-}}
"https://as.wikipedia.org/wiki/২৪_জুলাই"ৰ পৰা অনা হৈছে