ইন্দৰ কুমাৰ গুজৰাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
3 নং শাৰী:
| image = Inder Kumar Gujral 071.jpg
| image_size = 200px
| alt =
| caption =
| office = [[ভাৰতৰ প্ৰধানমন্ত্ৰী|ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী]]
| president = [[শংকৰ দয়াল শৰ্মা]]<br/>[[কে আৰ নাৰায়ণন]]
| term_start = ২১ এপ্ৰিল ১৯৯৭
| term_end = ১৯ মাৰ্চ ১৯৯৮
| predecessor = [[এইচ ডি দেৱেগৌড়া]]
| successor = [[অটল বিহাৰী বাজপেয়ী]]
| office2 = ভাৰতৰ বিত্তমন্ত্ৰী
| term_start2 = ২১ এপ্ৰিল ১৯৯৭
| term_end2 = ১ মে' ১৯৯৭
| predecessor2 = [[পি. চিদাম্বৰম]]
20 নং শাৰী:
| term_start3 = ১ জুন ১৯৯৬
| term_end3 = ১৯ মাৰ্চ ১৯৯৮
| predecessor3 = চিকন্দৰ বখৎ
| successor3 = অটল বিহাৰী বাজপেয়ী
| primeminister4 = [[বিশ্বনাথ প্ৰতাপ সিং]]
26 নং শাৰী:
| term_end4 = ১০ নৱেম্বৰ ১৯৯০
| predecessor4 = বিশ্বনাথ প্ৰতাপ সিং
| successor4 = বিদ্যা চৰণ শুক্লা
| office5 = [[ৰাজ্যসভা]]ৰ নেতা
| term_start5 = জুন ১৯৯৬
| term_end5 = নৱেম্বৰ ১৯৯৬
37 নং শাৰী:
| successor6 = চিকন্দৰ বখৎ
| office7 = [[লোকসভা]]ৰ সাংসদ
| term_start7 = ১৯৯৮
| term_end7 = ১৯৯৯
| constituency7 = জলন্ধৰ লোকসভা সমষ্টি
44 নং শাৰী:
| term_end8 = ১৯৮০
| predecessor8 = দুৰ্গা প্ৰসাদ ধৰ
| birth_date = {{birth date|df=y|1919|12|
| death_date = {{Death date and age|df=y|2012|11|30|1919|12|04}}
| birth_place =পৰী দৰৱাজা ঝিলাম, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত<br/>(বৰ্তমান পঞ্জাব, [[পাকিস্তান]])
53 নং শাৰী:
| alma_mater = ডিএভি কলেজ ,<br/>হেইলি কলেজ অফ কমাৰ্চ<br/>ফৰ্মেন খ্ৰীষ্টান কলেজ ইউনিভাৰ্চিটি
}}
'''ইন্দৰ কুমাৰ গুজৰাল''' (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল। তেওঁ [[ৰাজ্যসভা]]ৰ নেতা আৰু জলন্ধৰ লোকসভা সমষ্টিৰ পৰা [[লোকসভা]]লৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈ [[ছোভিয়েট সংঘ]]লৈ ভাৰতৰ ৰাষ্ট্ৰদূত আছিল।
▲'''ইন্দৰ কুমাৰ গুজৰাল''' (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল। তেওঁ [[ৰাজ্যসভা]]ৰ নেতা আৰু জলন্ধৰ লোকসভা সমষ্টিৰ পৰা [[লোকসভা]]লৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈ [[ছোভিয়েট সংঘ]]লৈ ভাৰতৰ ৰাষ্ট্ৰদূত আছিল।
ৰাজ্যসভাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ তৃতীয় গৰাকী ব্যক্তি। ইয়াৰ আগতে [[ইন্দিৰা গান্ধী]] প্ৰথম আৰু [[এইচ ডি দেৱেগৌড়া]] দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ৰাজ্যসভাৰ পৰা হৈছিল। তেওঁৰ পিছত [[মনমোহন সিং|ড॰ মনমোহন সিঙে]] ৰাজ্যসভাৰ পৰা প্ৰধানমন্ত্ৰী হোৱা চতুৰ্থ ব্যক্তিত পৰিণত হয়।<ref>{{cite web|title=Inder Kumar Gujral: PM who governed from the Rajya Sabha |url=http://indiatoday.intoday.in/story/inder-kumar-gujral-pm-who-governed-from-rajya-sabha/1/235422.html|publisher=India Today|accessdate=10 December 2012}}</ref><ref>{{cite web |title=Dr. Manmohan Singh {{!}} Prime Minister of India |url=http://www.pmindia.gov.in/en/former_pm/dr-manmohan-singh-2/ |website=www.pmindia.gov.in |accessdate=7 June 2018 |language=en}}</ref>
==প্ৰাৰম্ভিক জীৱন==
১৯১৯ চনৰ ৪ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ পৰী দাৰৱাজা ঝিলামত
==কৰ্মজীৱন==
তেওঁ ১৯৫৮ চনত নতুন দিল্লী পৌৰসমিতিৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।<ref>{{cite web |title=NMDC History |url=http://www.ndmc.gov.in/AboutNdmc/History.aspx |publisher=NMDC |access-date=10 December 2012 |url-status=dead |archive-url=https://web.archive.org/web/20121215025220/http://www.ndmc.gov.in/AboutNdmc/History.aspx |archive-date=15 December 2012 |df=dmy-all}}</ref> ১৯৬৪ চনত তেওঁ [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ত যোগদান কৰে। তেওঁৰ লগত [[ইন্দিৰা গান্ধী]]ৰ ভাল সম্পৰ্ক আছিল আৰু ১৯৬৪ চনৰ এপ্ৰিল মাহত তেওঁ [[ৰাজ্যসভা]]লৈ নিৰ্বাচিত হয়। ১৯৭৫ চনৰ ভাৰতৰ আপাতকালৰ সময়ত তেওঁ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী আছিল। তেওঁ সেই সময়ত [[দূৰদৰ্শন]]ৰ দায়িত্বত আছিল। তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৭৬ চনলৈ সাংসদৰ দায়িত্ব পালন কৰে। পিছলৈ তেওঁক ইন্দিৰা গান্ধীয়ে ছোভিয়েট সংঘৰ ৰাষ্ট্ৰদূত নিযুক্ত কৰে।<ref name="pioneer"/><ref name=zeenews>{{cite news|title=Former PM IK Gujral cremated with full state honours|url=http://zeenews.india.com/news/nation/former-pm-ik-gujral-to-be-given-state-funeral-today_813934.html|accessdate=1 December 2012|newspaper=Zee News|date=2 December 2012}}</ref> পিছলৈ তেওঁক পৰিকল্পনা মন্ত্ৰণালয়লৈ নিযুক্ত কৰা হয়।
===জনতা দল===
১৯৮০ৰ দশকত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। তাৰপিছত তেওঁ জনতা দলত যোগদান কৰে।<ref name=punjabnews>{{cite news|title=Remembering IK Gujral|url=http://punjabnewsexpress.com/news/12319-Remembering-IK-Gujral--.aspx|access-date=1 December 2012|newspaper=Punjab News Express|date=30 November 2012|url-status=dead|archive-url=https://web.archive.org/web/20121203062843/http://www.punjabnewsexpress.com/news/12319-Remembering-IK-Gujral--.aspx|archive-date=3 December 2012|df=dmy-all}}</ref> ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ জলন্ধৰ লোকসভা সমষ্টিৰ পৰা [[লোকসভা]]লৈ নিৰ্বাচিত হয়। তাৰপিছত তেওঁ প্ৰধানমন্ত্ৰী [[বিশ্বনাথ প্ৰতাপ সিং]]ৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।<ref name="pioneer"/><ref>[http://www.sunday-guardian.com/news/lalu-introduced-gujral-as-gujjar-to-the-people-of-patna Lalu introduced Gujral as ‘Gujjar’ to the people of Patna]</ref> ১৯৯২ চনত তেওঁ লালু প্ৰসাদ যাদৱৰ সহায়ত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।<ref name="pioneer"/>
Line 67 ⟶ 66:
১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰত তেওঁ এইছ ডি দেৱেগৌড়াৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।<ref name=punjabnews/> ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় সংযোগ আৰু সংসদীয় পৰিক্ৰমা, তথ্য আৰু সম্প্ৰচাৰণ, শ্ৰম আৰু গৃহ পৰিকল্পনাৰ মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰীৰ পদ চম্ভালিছিল।<ref name=dailybhaskar>{{cite news|title=RIP IK Gujral: A look at the man who gave India 'Gujral doctrine'|url=http://daily.bhaskar.com/article/NAT-TOP-rip-ik-gujral-a-look-at-the-man-who-gave-india-gujral-doctrine-4094844-NOR.html|accessdate=1 December 2012|newspaper=Daily Bhaskar|date=30 November 2012}}</ref>
১৯৯৭ চনৰ এপ্ৰিল মাহত কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰৰ পৰা সমৰ্থন ঘূৰাই লয়। ইয়াৰ ফলত চৰকাৰ ভংগ হয়। পিছলৈ কংগ্ৰেছে অন্য এজন নেতাৰ প্ৰতিনিধিত্বত চৰকাৰ গঠন কৰিলে সমৰ্থন কৰিব বুলি কথা দিয়াত ১৯৯৭ চনৰ ২১ এপ্ৰিলত
তেওঁ [[বাংলাদেশ]]ৰ মুক্তিযোদ্ধা সন্মান লাভ কৰিছিল।
==মৃত্যু==
Line 79 ⟶ 78:
==বাহ্যিক সংযোগ==
* {{Commons category-inline|Inder Kumar Gujral|ইন্দৰ কুমাৰ গুজৰাল}}
{{ভাৰতৰ প্ৰধানমন্ত্ৰী|state=expanded}}
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]▼
[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]
[[শ্ৰেণী:ভাৰতীয় ৰাজনীতিবিদ]]
▲[[শ্ৰেণী:মৃত ব্যক্তি]]
|